প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙক তেওঁৰ জন্মবাৰ্ষিকীত স্মৰণ কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
"দৰিদ্ৰ আৰু কৃষকৰ প্ৰকৃত হিতৈষী প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন চৌধুৰী চৰণ সিংজীৰ জন্ম জয়ন্তীত বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ৰাষ্ট্ৰৰ প্ৰতি তেওঁৰ নিষ্ঠা আৰু সেৱাই সকলোকে অনুপ্ৰাণিত কৰি থাকিব।"
गरीबों और किसानों के सच्चे हितैषी पूर्व प्रधानमंत्री भारत रत्न चौधरी चरण सिंह जी को उनकी जयंती पर विनम्र श्रद्धांजलि। राष्ट्र के प्रति उनका समर्पण और सेवाभाव हर किसी को प्रेरित करता रहेगा। pic.twitter.com/cTUH8JIFZ4
— Narendra Modi (@narendramodi) December 23, 2024


