স্বৰ্গীয় দেৱ আনন্দৰ ১০০ সংখ্যক জন্ম জয়ন্তীত ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ কথা স্মৰণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:

"দেৱ আনন্দজীক ‘চিৰসেউজ শিল্পী’ হিচাপে স্মৰণ কৰা হয়। সাৱলীল কাহিীকাৰ হিচাপে আৰু চিনেমাৰ প্ৰতি থকা তেওঁৰ আগ্ৰহ অতুলনীয় আছিল। তেওঁৰ চলচ্চিত্ৰসমূহে কেৱল মনোৰঞ্জনেই নহয়, ভাৰতৰ পৰিৱৰ্তনশীল সমাজ আৰু আকাংক্ষাকো প্ৰতিফলিত কৰিছিল। তেওঁৰ কালজয়ী অভিনয়েশৈলীয়ে প্ৰজন্মৰ পাচত প্ৰজন্মক প্ৰভাৱিত কৰি আহিছে। তেওঁৰ ১০০ সংখ্য জন্ম বাৰ্ষিকীত তেওঁক স্মৰণ কৰিছোঁ।"

 

 

Explore More
৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
Union Cabinet approves amendment in FDI policy on space sector, upto 100% in making components for satellites

Media Coverage

Union Cabinet approves amendment in FDI policy on space sector, upto 100% in making components for satellites
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 ফেব্ৰুৱাৰী 2024
February 22, 2024

Appreciation for Bharat’s Social, Economic, and Developmental Triumphs with PM Modi’s Leadership