দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে
সন্ত্ৰাসবাদ, হিংসা আৰু সাধাৰণ নাগৰিকৰ জীৱন হেৰুৱাৰ প্ৰতি তেওঁলোকে উদ্বেগ প্ৰকাশ কৰে আৰু একত্ৰিত প্ৰচেষ্টাৰ আহ্বান জনায়
জি-২০ৰ ব্ৰাজিলৰ অধ্যক্ষতালৈ ভাৰতৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে প্ৰধানমন্ত্ৰীয়ে
সকলো ক্ষেত্ৰতে দ্বিপাক্ষিক সহযোগিতা আৰু অধিক সম্প্ৰসাৰণৰ উপায়ৰ বিষয়ে আলোচনা কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰাজিলৰ ৰাষ্ট্ৰপতি মহামহিম লুইজ ইনাচিও লুলা দা চিলভা ডাঙৰীয়াৰ পৰা টেলিফোন কল লাভ কৰে।


পশ্চিম এছিয়াত চলি থকা পৰিস্থিতিৰ ওপৰত দুয়োগৰাকী নেতাই উদ্বেগ প্ৰকাশ কৰে।

 

দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদ, হিংসা আৰু সাধাৰণ নাগৰিকৰ প্ৰাণ হেৰুৱাৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰি পৰিস্থিতিৰ আগতীয়া সমাধানৰ বাবে একত্ৰিত প্ৰচেষ্টাৰ আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰীয়ে জি-২০ৰ ব্ৰাজিলৰ অধ্যক্ষতাৰ সফলতাৰ বাবে ভাৰতৰ সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰে।নতুন দিল্লীত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনৰ মাজতে অনুষ্ঠিত হোৱা বৈঠকৰ সময়ত সকলো ক্ষেত্ৰতে দ্বিপাক্ষিক সহযোগিতা আৰু অধিক সম্প্ৰসাৰণৰ উপায়ৰ বিষয়েও আলোচনা কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Parliament on verge of history, says PM Modi, as it readies to take up women's bills

Media Coverage

Parliament on verge of history, says PM Modi, as it readies to take up women's bills
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Dr. Babasaheb Ambedkar in the Parliament complex
April 14, 2026

The Prime Minister, Shri Narendra Modi has paid homage to Dr. Babasaheb Ambedkar in the Parliament complex earlier today.

The Prime Minister wrote on X;

“Paid homage to Dr. Babasaheb Ambedkar in the Parliament complex earlier today.”