প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টাইটেনিয়াম ক্ৰেনিওপ্লাষ্টি চিকিৎসাৰ বাবে উন্নত থ্ৰী-ডি প্ৰিণ্টিং প্ৰযুক্তি ব্যৱহাৰ কৰি এজন যুৱ ৰোগীৰ মূৰৰ লাউখোলাৰ ৰোগ নিৰাময় কৰাৰ বাবে ভাৰতীয় সেনাবাহিনীৰ কেন্দ্ৰীয় কমাণ্ডৰ চিকিৎসকৰ দলক প্ৰশংসা কৰে।
ভাৰতীয় সেনাবাহিনীৰ কেন্দ্ৰীয় কমাণ্ডে এই অস্ত্ৰোপচাৰ সন্দৰ্ভত কৰা টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"প্ৰশংসনীয় কাম!"
Commendable! https://t.co/Q5CnEQ55eB
— Narendra Modi (@narendramodi) February 23, 2023


