প্ৰধানমন্ত্ৰীয়ে কাটাৰ মাষ্টাৰ্ছ ২০২৩ প্ৰতিযোগিতাত বিশ্বৰ ১ নম্বৰৰ খেলুৱৈ মেগনাছ কাৰ্লছনৰ বিৰুদ্ধে জয়লাভ কৰাত কাৰ্তিকেয়ন মুৰলীৰ শলাগ লৈছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:

"@KarthikeyanM64 ক অভিনন্দনযি কাটাৰ মাষ্টাৰ্ছ ২০২৩ত উৎকৃষ্ট প্ৰদৰ্শন কৰিলে। তেওঁৰ এই সফলতাই ভাৰতক অতিশয় গৌৰৱান্বিত কৰিছে।

কাৰ্তিকেয়ন মুৰলীয়ে বৰ্তমানৰ চেছ চেম্পিয়ন তথা বিশ্বৰ ১ নম্বৰৰ খেলুৱৈ মেগনাছ কাৰ্লছনক পৰাস্ত কৰাৰ অতুলনীয় প্ৰাপ্তি আহৰণ কৰিলে।

তেওঁ নিজৰ খেল অব্যাহত ৰাখক আৰু খেলৰ পৰৱৰ্তী পৰ্যায় তথা অন্যান্য প্ৰতিযোগিতাসমূহৰ বাবে তেওঁক শুভকামনা জনাইছোঁ।" 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
FPOs’ sales rise via commodity exchanges in FY26

Media Coverage

FPOs’ sales rise via commodity exchanges in FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 মে’ 2026
May 11, 2026

Society Above Politics: PM Modi’s Call for a Stronger, Self-Reliant & Sacred Bharat