Share
 
Comments

ভাৰত আৰু ভূটানৰ বাবে নিয়োজিত জাৰ্মান দূতাবাসত ‘নাটু নাটু’ গীতটিয়ে অস্কাৰত লাভ কৰা সাফল্য উদযাপন কৰা প্ৰসংগত ৰাষ্ট্ৰদূত ড০ ফিলিপ একাৰমেনে ‘শ্বেয়াৰ’ কৰা এটি ভিডিঅ'ৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ভিডিঅ’টিত তেওঁ আৰু দূতাবাসৰ সদস্যসকলৰ উদযাপনৰ মুহূৰ্ত সন্নিৱিষ্ট কৰা হৈছে। ভিডিঅ'টো পুৰণি দিল্লীত দৃশ্যগ্ৰহণ কৰা হৈছিল।

ইয়াৰ আগতে ফেব্ৰুৱাৰী মাহত ভাৰতত থকা কোৰিয়ান দূতাবাসেও গীতটো উদযাপন কৰা এটা ভিডিঅ' প্ৰস্তুত কৰিছিল।

জাৰ্মান ৰাষ্ট্ৰদূতগৰাকীৰ ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:

"ভাৰতৰ ৰং আৰু স্বাদ! জাৰ্মানসকলে নিশ্চিতভাৱে নাচিব জানে, আৰু নাচে সুন্দৰকৈ!"

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
Nirmala Sitharaman writes: How the Modi government has overcome the challenge of change

Media Coverage

Nirmala Sitharaman writes: How the Modi government has overcome the challenge of change
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 মে’ 2023
May 30, 2023
Share
 
Comments

Commemorating Seva, Sushasan and Garib Kalyan as the Modi Government Completes 9 Successful Years