প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ধনুষকোড়িৰ ‘কোঠাণ্ডাৰামস্বামী মন্দিৰ’ত দৰ্শন আৰু পূজা সম্পন্ন কৰে।

 

এই মন্দিৰটো শ্ৰী কোঠাণ্ডাৰামস্বামীৰ নামত উৎসৰ্গিত। ‘কোঠাণ্ডাৰাম’ নামটোৰ অৰ্থ হৈছে ‘ধনুৰ সৈতে ৰাম’। ই ধনুষকোড়ি নামৰ ঠাইখনত অৱস্থিত। কোৱা হয় যে ইয়াতেই বিভীষণে প্ৰথমে শ্ৰী ৰামক লগ পাইছিল আৰু তেওঁক আশ্ৰয় বিচাৰিছিল। কিছু সংখ্যক কিংবদন্তীয়ে এই বুলিও কয় যে এইডোখৰ ঠাইত শ্ৰী ৰামে বিভীষণৰ ৰাজ্যাভিষেকৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত কৰা ‘পোষ্ট’-ত কয়:

"প্ৰসিদ্ধ কোঠাণ্ডাৰামস্বামী মন্দিৰত প্ৰাৰ্থনা কৰিলো। অত্যন্ত ধন্য অনুভৱ কৰিছোঁ।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Budget 2026 aims to build job-ready, formal talent base, say experts

Media Coverage

Budget 2026 aims to build job-ready, formal talent base, say experts
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 ফেব্ৰুৱাৰী 2026
February 03, 2026

Modi Hai Toh Mumkin Hai: India Gains Competitive Boost in US Market, Slamming Doubters