প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহান চিন্তাবিদ, সমাজ সংস্কাৰক আৰু উগ্ৰ জাতীয়তাবাদী মহৰ্ষি দয়ানন্দ সৰস্বতীক তেখেতৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এক্সত এটা পোষ্টত তেওঁ লিখিছে-
“মহান চিন্তাবিদ, সমাজ সংস্কাৰক আৰু উগ্ৰ জাতীয়তাবাদী মহৰ্ষি দয়ানন্দ সৰস্বতী ডাঙৰীয়াৰ জন্ম বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধাঞ্জলি। গোটেই জীৱন তেওঁ অজ্ঞানতা, অন্ধবিশ্বাস আৰু আড়ম্বৰৰ বিৰুদ্ধে সমাজখনক সজাগ কৰি তোলাত নিয়োজিত হৈ থাকিল। ভাৰতীয় ঐতিহ্য আৰু সংস্কৃতি সংৰক্ষণৰ লগতে শিক্ষা আৰু মহিলা সবলীকৰণৰ বাবে তেওঁৰ প্ৰচেষ্টাই দেশবাসীক সদায় অনুপ্ৰাণিত কৰিব।”
महान चिंतक, समाज सुधारक और प्रखर राष्ट्रवादी महर्षि दयानंद सरस्वती जी को उनकी जन्म-जयंती पर कोटि-कोटि नमन। वे जीवनपर्यंत समाज को अज्ञानता, अंधविश्वास और आडंबर के खिलाफ जागरूक करने में जुटे रहे। शिक्षा और महिला सशक्तिकरण के साथ-साथ भारतीय विरासत और संस्कृति के संरक्षण के लिए उनके…
— Narendra Modi (@narendramodi) February 12, 2025


