প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাকবি সুব্ৰমনিয়া ভাৰতীৰ জয়ন্তী উপলক্ষে  তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

       শ্ৰী মোদীয়ে কয় যে তেওঁৰ কবিতাসমূহে মানুহক সাহসী কৰি তোলাৰ লগতে তেওঁৰ চিন্তাধাৰাৰ  অগণন লোকৰ মনত স্থায়ী প্ৰভাৱ পেলাব পৰা সামৰ্থ আছে । তেওঁৰ চিন্তা ধাৰাই  ভাৰতৰ সাংস্কৃতিক আৰু ৰাষ্ট্ৰীয় চেতনাক আলোকিত কৰিছিল বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে । প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে শ্ৰী ভাৰতীয়ে ন্যায়সংগত আৰু সামগ্ৰিক সমাজ গঢ়ি তোলাৰ দিশত কাম কৰাৰ লগতে তামিল সাহিত্যক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অতুলনীয় হৈ আছে।

      এক্সত পৃথক পৃথক পোষ্টত শ্ৰী মোদীয়ে কয়ঃ

"মহাকবি সুব্ৰমনিয়া ভাৰতীক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁৰ কবিতাসমূহে মানুহক সাহসী কৰি তোলাৰ লগতে তেওঁৰ চিন্তাধাৰাৰ  অগণন লোকৰ মনত স্থায়ী প্ৰভাৱ পেলাব পৰা সামৰ্থ আছে । তেওঁ ভাৰতৰ সাংস্কৃতিক আৰু ৰাষ্ট্ৰীয় চেতনাক আলোকিত কৰিছিল। তেওঁ ন্যায়সংগত আৰু সৰ্বাত্মক সমাজ গঢ়ি তোলাৰ দিশত কাম কৰিছিল। তামিল সাহিত্যক সমৃদ্ধ কৰাৰ ক্ষেত্ৰতো তেওঁৰ অৱদান অতুলনীয় হৈ আছে। "

 

“மகாகவி சுப்ரமணிய பாரதியின் பிறந்தநாளில் அவருக்கு மரியாதை செலுத்துகிறேன் . அவரது கவிதைகள் துணிவைத் தூண்டின, அவரது சிந்தனைகள் எண்ணற்ற மக்களின் மனதில் நீடித்த தாக்கத்தை ஏற்படுத்தும் ஆற்றலைக் கொண்டிருந்தன. இந்தியாவின் கலாச்சார, தேசிய உணர்வை அவர் ஒளிரச் செய்தார். நீதியான, அனைவரையும் உள்ளடக்கிய ஒரு சமூகத்தை உருவாக்க அவர் பாடுபட்டார். தமிழ் இலக்கியத்தை செழுமைப்படுத்துவதில் அவர் ஆற்றிய பங்களிப்புகளும் ஒப்பிலாதவை.”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Labour reforms: Govt fully operationalises four new codes by publishing rules

Media Coverage

Labour reforms: Govt fully operationalises four new codes by publishing rules
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 মে’ 2026
May 10, 2026

Welfare, Wildlife & World Power: How PM Modi is Delivering a Viksit Bharat for Every Indian