প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ গণতন্ত্ৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টাৰ কথা স্মৰণ কৰি কয় যে নেতাগৰাকীৰ নিস্বাৰ্থ সেৱাৰ মনোভাৱে দেশবাসীক সদায় অনুপ্ৰাণিত কৰিব। 

এটা এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়; 

"সম্পূৰ্ণ বিপ্লৱৰ পিতৃ লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ জয়ন্তীত মই তেওঁৰ প্ৰতি সেৱা জনাইছো। সমগ্ৰ জীৱন ভাৰতীয় গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে তেওঁ প্ৰচেষ্টা অব্যাহত ৰাখিছিল। তেওঁৰ নিস্বাৰ্থ সেৱাই দেশবাসীক সদায় অনুপ্ৰাণিত কৰিব।" 

 

Explore More
৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
How India's digital public infrastructure can push inclusive global growth

Media Coverage

How India's digital public infrastructure can push inclusive global growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 এপ্ৰিল 2024
April 24, 2024

India’s Growing Economy Under the Leadership of PM Modi