আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহান স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ ৱাৰ্মাৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এক্সত এটা পোষ্টত তেওঁ লিখিছে-
"মহান স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ বাৰ্মাৰ মৃত্যু বাৰ্ষিকীত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। ভাৰত মাতৃৰ সেৱাত তেওঁৰ ত্যাগ আৰু সমৰ্পণে দেশবাসীক সদায় অনুপ্ৰাণিত কৰিব।"
महान स्वतंत्रता सेनानी श्यामजी कृष्ण वर्मा को उनकी पुण्यतिथि पर शत-शत नमन। मां भारती की सेवा में उनका त्याग और समर्पण देशवासियों को सदैव प्रेरित करता रहेगा।
— Narendra Modi (@narendramodi) March 30, 2025


