জন্ম-বাৰ্যিকীত স্বাধীনতা সেনানী লোকমান্য তিলক আৰু চন্দ্ৰশেখৰ আজাদলৈ শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। লোকমান্য তিলক আৰু চন্দ্ৰশেখৰ আজাদ সন্দৰ্ভত কেইবছৰ মান আগতে ‘মন কী বাত’-ত উল্লেখ কৰা বক্তব্যৰ কিয়দাংশ সংযোজিত কৰে। তেওঁ মুম্বাই ভ্ৰমণৰ সময়ত লোকমান্য তিলকৰে ঘনিষ্ঠ সম্পৰ্ক থকা ‘লোকমান্য সেৱা সংঘ’লৈ যোৱা  মুহূৰ্তৰ কেইটামান স্নেপশ্বটো শ্বেয়াৰ কৰে।

এই সন্দৰ্ভত প্ৰকাশ কৰা এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

“আই ভাৰতীৰ দুই মহান পুত্ৰ লোকমান্য তিলক আৰু চন্দ্ৰশেখৰ আজাদলৈ তেওঁলোকৰ জন্ম-বাৰ্ষিকীত প্ৰণাম জনাইছো। এই দুই দিগগজ অদম্য সাহস আৰু দেশপ্ৰেমৰ প্ৰতীক। কেইবছৰ মান আগতে ‘মন কী বাত’ত তেওঁলোকৰ বিষয়ে মই কি কৈছিলো সেয়া আগবঢ়াইছো”।

“লোকমান্য তিলকৰ চিৰকলীয়া উত্তৰাধিকাৰিত্বসমূহৰ অন্যতম হৈছে বৃহত্ পৰিসৰত উদযাপিত হৈ অহা ‘গণেশ উত্সৱ’, যিয়ে জনতাৰ মাজত সাংস্কৃতিক চেতনা জাগৃত কৰি তুলিছিল। এবাৰ মুম্বাইলৈ যাওতে মই লোকমান্য তিলকৰে ঘনিষ্ঠতা থকা ‘লোকমান্য সেৱা সংস্থা’লৈ গৈছিলো।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
EU Firms Generate 186 Billion Euros In India, Support 6 Million Jobs: Report

Media Coverage

EU Firms Generate 186 Billion Euros In India, Support 6 Million Jobs: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 মে’ 2026
May 08, 2026

Nari Shakti to National Security: One Vision, a Thousand Victories Under PM Modi