প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীক জন্ম বাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।
এক্সৰ ওপৰত এটা পোষ্টত শ্ৰী মোদীয়ে কয়;
“প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধী জীলৈ তেওঁৰ জন্ম বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি।”
Tributes to former PM Smt. Indira Gandhi Ji on the occasion of her birth anniversary.
— Narendra Modi (@narendramodi) November 19, 2025


