প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড0 এ পি জে আব্দুল কালামৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

শ্ৰী মোদীয়ে কয় যে ডo কালাম এগৰাকী দূৰদৃষ্টিসম্পন্ন ব্যক্তি হিচাপে স্মৰণীয়, যিয়ে যুৱ মনবোৰক প্রজ্জ্বলিত কৰিছিল আৰু দেশক ডাঙৰ সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁ লগতে কয় যে যে সফলতাৰ বাবে নম্রতা আৰু কঠোৰ পৰিশ্ৰম যে অত্যাৱশ্যকীয় সেয়া ডঃ কালামৰ জীৱনে আমাক মনত পেলাই দিয়ে।

প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে ডo কালামে কল্পনা কৰা শক্তিশালী, আত্মনিৰ্ভৰশীল আৰু সহানুভূতিশীল ভাৰত নিৰ্মাণ আমি অব্যাহত ৰাখিম।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছে;

"ডo এ পি জে আব্দুল কালামজীক তেওঁৰ জয়ন্তী উপলক্ষে স্মৰণ কৰিছো। তেওঁক এগৰাকী দূৰদৃষ্টিসম্পন্ন ব্যক্তি হিচাপে স্মৰণ কৰা হয় যিয়ে যুৱ মনবোৰক প্রজ্জ্বলিত কৰিছিল আৰু আমাৰ দেশক ডাঙৰ সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁৰ জীৱনে আমাক মনত পেলাই দিয়ে যে সফলতাৰ বাবে নম্রতা আৰু কঠোৰ পৰিশ্ৰম অতি প্ৰয়োজনীয়। আমি তেওঁ কল্পনা কৰা ভাৰত নিৰ্মাণ অব্যাহত ৰাখিম.... এক শক্তিশালী, আত্মনিৰ্ভৰশীল আৰু সহানুভূতিশীল ভাৰত।"

https://x.com/narendramodi/status/1978291330418622968?s=46

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
After shrimps, another Indian sector is braving Trump tariffs

Media Coverage

After shrimps, another Indian sector is braving Trump tariffs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 ডিচেম্বৰ 2025
December 15, 2025

Visionary Leadership: PM Modi's Era of Railways, AI, and Cultural Renaissance