প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে দেশৰ বীৰ জোৱানসকলৰ সাহস, দায়বদ্ধতা আৰু ত্যাগৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“আজি সশস্ত্ৰ বাহিনীৰ পতাকা দিৱসত আমি আমাৰ বীৰ জোৱানসকলৰ সাহস, দায়বদ্ধতা আৰু ত্যাগক শ্ৰদ্ধা জনাইছো৷ আমাৰ দেশৰ সুৰক্ষাত তেওঁলোকৰ সমৰ্পন অতুলনীয়৷ মই সকলোকে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস পুঁজিলৈ সকলোকে বৰঙণি আগবঢ়াবলৈ আহ্বান জনাইছো৷”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
GIFT City scales new heights as India's 1st international finance and IT hub

Media Coverage

GIFT City scales new heights as India's 1st international finance and IT hub
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 মাৰ্চ 2026
March 30, 2026

Mann Ki Baat to Mission Mode: How PM Modi's Initiatives Spark Hope in Health, Innovation, Security & Nature