জয়ন্তী উপলক্ষে শ্ৰী মন্নাথু পদ্মনাভনলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰে।

এই সন্দৰ্ভত প্ৰকাশ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “সমাজ সেৱা, সামজিক ন্যায় আৰু সাংস্কৃতিক পুনৰুথ্থানৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে শ্ৰী মন্নাথু পদ্মনাভনক প্ৰজন্মৰ পিচত প্ৰজন্মই সুঁৱৰি থাকিব। তেওঁৰ সমগ্ৰ জীৱনেটোৱেই সমাজৰ উত্তৰণৰ নামত সম্পূৰ্ণ ভাবে উত্সৰ্গিত আছিল। এইগৰাকী মহানুভৱৰ জয়ন্তীত মই তেওঁলৈ মোৰ শ্ৰদ্ধা নিৱেদন কৰিলো”।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Assam Was Nearly Separated From India’: PM Modi Attacks Congress, Hails First CM Bordoloi's Role

Media Coverage

‘Assam Was Nearly Separated From India’: PM Modi Attacks Congress, Hails First CM Bordoloi's Role
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 ডিচেম্বৰ 2025
December 20, 2025

Empowering Roots, Elevating Horizons: PM Modi's Leadership in Diplomacy, Economy, and Ecology