প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তৰ্জাতিক নাৰী দিৱসত নাৰী শক্তিৰ প্ৰাপ্তিসমূহৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:
"আন্তৰ্জাতিক নাৰী দিৱসত, আমাৰ নাৰী শক্তিৰ প্ৰাপ্তিসমূহৰ প্ৰতি এক শ্ৰদ্ধাৰ্ঘ্য। ভাৰতৰ প্ৰগতিত নাৰীসকলৰ ভূমিকা আমি অতিশয় পুলকিত। নাৰীৰ সবলীকৰণ অব্যাহত ৰাখিবলৈ আমাৰ চৰকাৰে কাম কৰি যাব। #NariShaktiForNewIndia”
On International Women’s Day, a tribute to the achievements of our Nari Shakti. We greatly cherish the role of women in India’s progress. Our Government will keep working to further women empowerment. #NariShaktiForNewIndia pic.twitter.com/giLNjfRgXF
— Narendra Modi (@narendramodi) March 8, 2023
Shri Modi also shared a compilation of women achievers whose life journeys were chronicled in Mann Ki Baat.
An interesting compilation of women achievers whose life journeys were chronicled in #MannKiBaat. #NariShaktiForNewIndia pic.twitter.com/PEOurlMREk
— Narendra Modi (@narendramodi) March 8, 2023


