বিশাল ব্যক্তিত্বৰ অধিকাৰী আৰু সমাজ সেৱাৰ জীৱন উৎসর্গীকৃত মান্নাথু পদ্মনাভনৰ জয়ন্তী উপলক্ষে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক গভীৰ শ্ৰদ্ধা সহকাৰে স্মৰণ কৰে।

প্ৰধানমন্ত্ৰীয়ে মান্নাথু পদ্মনাভন এগৰাকী দূৰদৃষ্টিসম্পন্ন ব্যক্তি বুলি বৰ্ণনা কৰে যিয়ে বিশ্বাস কৰিছিল যে প্ৰকৃত প্ৰগতি মৰ্যাদা, সমতা আৰু সামাজিক সংস্কাৰৰ ওপৰত আধাৰিত। তেওঁ স্বাস্থ্য, শিক্ষা আৰু মহিলা সবলীকৰণৰ দৰে ক্ষেত্ৰত পদ্মনাভনৰ অগ্ৰণী প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে সেইবোৰ ৰাষ্ট্ৰৰ বাবে অনুপ্ৰেৰণাৰ এক মহান উৎস হৈ আছে।

শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে মান্নাথু পদ্মনাভনৰ আদৰ্শই আমাক ন্যায়পূৰ্ণ, সহানুভূতিশীল আৰু সম্প্রীতিপূৰ্ণ সমাজ গঢ়ি তোলাৰ দিশত পথ প্ৰদৰ্শন অব্যাহত ৰাখিছে।

এক্সত পৃথক পোষ্টত শ্ৰী মোদীয়ে কৈছেঃ

"মান্নাথু পদ্মনাভনৰ জয়ন্তীত আমি তেওঁক গভীৰ শ্ৰদ্ধা সহকাৰে স্মৰণ কৰিছো, বিশাল ব্যক্তিৰ অধিকাৰী যাৰ জীৱন সমাজ সেৱাৰ বাবে উৎসর্গীকৃত আছিল। তেওঁ আছিল এগৰাকী দূৰদৃষ্টিসম্পন্ন ব্যক্তি যিয়ে বিশ্বাস কৰিছিল যে প্ৰকৃত প্ৰগতি মৰ্যাদা, সমতা আৰু সামাজিক সংস্কাৰৰ ওপৰত নিৰ্ভৰশীল। স্বাস্থ্য, শিক্ষা, মহিলা সবলীকৰণৰ দৰে ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টা অতি প্ৰেৰণাদায়ক। তেওঁৰ আদৰ্শই আমাক ন্যায়পূৰ্ণ, সহানুভূতিশীল আৰু সম্প্রীতিপূৰ্ণ সমাজৰ দিশত পথ প্ৰদৰ্শন কৰি আহিছে।"

 

“മന്നത്ത് പത്മനാഭന്റെ ജന്മവാർഷിക ദിനത്തിൽ, സാമൂഹ്യ സേവനത്തിനായി ജീവിതം സമർപ്പിച്ച ഒരു മഹദ് വ്യക്തിത്വത്തെ അങ്ങേയറ്റം ആദരവോടെ നാം സ്മരിക്കുകയാണ്. ആത്മാഭിമാനം, സമത്വം, സാമൂഹിക പരിഷ്കരണം എന്നിവയിൽ വേരൂന്നിയതാണ് യഥാർത്ഥ പുരോഗതി എന്ന് വിശ്വസിച്ച ക്രാന്തദർശിയായിരുന്നു അദ്ദേഹം. ആരോഗ്യം, വിദ്യാഭ്യാസം, സ്ത്രീ ശാക്തീകരണം തുടങ്ങിയ മേഖലകളിലെ അദ്ദേഹത്തിന്റെ അതുല്യമായ സംഭാവനകൾ പ്രചോദനാത്മകമാണ്. നീതിയും അനുകമ്പയും ഐക്യവും നിറഞ്ഞ ഒരു സമൂഹത്തിന്റെ സൃഷ്ടിക്കായുള്ള പ്രയാണത്തിൽ അദ്ദേഹത്തിന്റെ ദർശനങ്ങൾ നമ്മെ എക്കാലവും നയിക്കുന്നു.”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indonesia To Dubai, IITs And IIMs Are Going Global: The Strategy Behind India's Overseas Campuses

Media Coverage

Indonesia To Dubai, IITs And IIMs Are Going Global: The Strategy Behind India's Overseas Campuses
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 জুলাই 2026
July 09, 2026

PM Modi Leading India's Economic, Cultural & Diplomatic Renaissance