প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পবিত্ৰ প্ৰকাশ পৰ্ব উপলক্ষে শ্ৰী গুৰু গোৱিন্দ সিং জীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। শ্ৰী মোদীয়ে কয় যে তেওঁ সাহস, সহানুভূতি আৰু আত্মত্যাগৰ প্ৰতীক হৈ ৰৈছে। "তেওঁৰ জীৱন আৰু শিক্ষাই আমাক সত্য, ন্যায়, ধাৰ্মিকতাৰ পক্ষত থিয় হ'বলৈ আৰু মানৱীয় মৰ্যাদাক ৰক্ষা কৰিবলৈ অনুপ্ৰাণিত কৰে। শ্ৰী গুৰু গোবিন্দ সিং জীৰ দৃষ্টিভংগীয়ে প্ৰজন্মৰ পিছত প্ৰজন্মক সেৱা আৰু নিঃস্বাৰ্থ কৰ্তব্যৰ দিশত পৰিচালনা কৰি আছে", শ্ৰী মোদীয়ে কয়।

এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

"শ্ৰী গুৰু গোবিন্দ সিং জীৰ পবিত্ৰ প্ৰকাশ পৰ্বত আমি তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁ এতিয়াও সাহস, সহানুভূতি আৰু আত্মত্যাগৰ প্ৰতীক হৈয়ে আছে। তেওঁৰ জীৱন আৰু শিক্ষাই আমাক সত্য, ন্যায়, ধার্মিকতাৰ পক্ষত থিয় হ'বলৈ আৰু মানৱীয় মর্যাদা ৰক্ষাৰ বাবে অনুপ্রাণিত কৰে। শ্ৰী গুৰু গোবিন্দ সিঙৰ দৃষ্টিভংগীয়ে প্ৰজন্মৰ পিছত প্ৰজন্মক সেৱা আৰু নিঃস্বাৰ্থ কৰ্তব্যৰ প্ৰতি পথ প্ৰদৰ্শন কৰি আহিছে।

এই বছৰৰ আৰম্ভণিতে মই তখাত শ্ৰী হৰিমন্দিৰ জী পাটনা চাহিব ভ্ৰমণ কৰিছিলো, য'ত মই শ্ৰী গুৰু গোবিন্দ সিং জী আৰু মাতা চাহিব কৌৰ জীৰ পবিত্ৰ জোৰ চাহিবৰ দৰ্শন লাভ কৰিছিলো।"

 

 

"ਸ੍ਰੀ ਗੁਰੂ ਗੋਬਿੰਦ ਸਿੰਘ ਜੀ ਦੇ ਪਵਿੱਤਰ ਪ੍ਰਕਾਸ਼ ਉਤਸਵ 'ਤੇ ਅਸੀਂ ਉਨ੍ਹਾਂ ਨੂੰ ਸ਼ਰਧਾ ਸਹਿਤ ਪ੍ਰਣਾਮ ਕਰਦੇ ਹਾਂ। ਉਹ ਹਿੰਮਤ, ਹਮਦਰਦੀ ਅਤੇ ਕੁਰਬਾਨੀ ਦੇ ਪ੍ਰਤੀਕ ਹਨ।ਉਨ੍ਹਾਂ ਦਾ ਜੀਵਨ ਅਤੇ ਸਿੱਖਿਆਵਾਂ ਸਾਨੂੰ ਸੱਚ, ਨਿਆਂ, ਧਰਮ ਲਈ ਖੜ੍ਹੇ ਹੋਣ ਅਤੇ ਮਨੁੱਖੀ ਮਾਣ-ਸਨਮਾਨ ਦੀ ਰਾਖੀ ਲਈ ਪ੍ਰੇਰਿਤ ਕਰਦੀਆਂ ਹਨ। ਸ੍ਰੀ ਗੁਰੂ ਗੋਬਿੰਦ ਸਿੰਘ ਜੀ ਦਾ ਦ੍ਰਿਸ਼ਟੀਕੋਣ ਪੀੜ੍ਹੀਆਂ ਨੂੰ ਸੇਵਾ ਅਤੇ ਨਿਰਸਵਾਰਥ ਕਰਤੱਵ ਦੇ ਰਾਹ 'ਤੇ ਰਹਿਨੁਮਾਈ ਕਰਦਾ ਰਹਿੰਦਾ ਹੈ।

ਇਸ ਸਾਲ ਦੀ ਸ਼ੁਰੂਆਤ ਵਿੱਚ ਤਖ਼ਤ ਸ੍ਰੀ ਹਰਿਮੰਦਰ ਜੀ ਪਟਨਾ ਸਾਹਿਬ ਦੀ ਮੇਰੀ ਯਾਤਰਾ ਦੀਆਂ ਇੱਥੇ ਤਸਵੀਰਾਂ ਹਨ, ਜਿੱਥੇ ਮੈਨੂੰ ਸ੍ਰੀ ਗੁਰੂ ਗੋਬਿੰਦ ਸਿੰਘ ਜੀ ਅਤੇ ਮਾਤਾ ਸਾਹਿਬ ਕੌਰ ਜੀ ਦੇ ਪਵਿੱਤਰ ਜੋੜਾ ਸਾਹਿਬ ਦੇ ਦਰਸ਼ਨ ਵੀ ਹੋਏ ਸਨ।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vande Bharat AC chair car fares much lower than those in China, Japan, France: Railway Minister Ashwini Vaishnaw

Media Coverage

Vande Bharat AC chair car fares much lower than those in China, Japan, France: Railway Minister Ashwini Vaishnaw
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 ফেব্ৰুৱাৰী 2026
February 12, 2026

Sustainable, Strong, and Global: India's 2026 Surge Under PM Modi's Transformative Leadership