Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভাজন বিভীষিকা স্মৃতি দিৱস উপলক্ষে দেশ বিভাজনৰ সময়ত যিসকলে প্ৰাণ হেৰুৱাইছিল, সেই সকলোৰে প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“আজি #PartitionHorrorsRemembranceDay উপলক্ষে মই দেশ বিভাজনৰ সময়ত যিসকলে প্ৰাণ হেৰুৱাইছিল, সেই সকলোৰে প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু আমাৰ ইতিহাসৰ সেই কৰুণ সময়ছোৱাত দুৰ্ভোগ ভোগা সকলো লোকৰে ধৈৰ্য আৰু সাহসৰ শলাগ লৈছো৷ ”

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
Need to bolster India as mother of democracy: PM Modi

Media Coverage

Need to bolster India as mother of democracy: PM Modi
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27নৱেম্বৰ 2022
November 27, 2022
Share
 
Comments

The Nation tunes in to PM Modi’s ‘Mann Ki Baat’ and Appreciates Positive Stories From New India