প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংগালুৰুৰ বিধানা চৌধাত সন্ত কবি শ্ৰী কনকা দাসা আৰু মহৰ্ষি বাল্মিকীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পন কৰে৷

শ্ৰী কনকা দাসাত পুষ্পাঞ্জলি অৰ্পণ কৰি প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়, “আজি কনকা দাসা জয়ন্তীৰ পবিত্ৰ ক্ষণত মই বাংগালুৰুত শ্ৰী কনকা দাসাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো৷ আমাক ভক্তি মাৰ্গ দেখুওৱাৰ লগতে কানাড়া সাহিত্যৰ সমৃদ্ধিশালী কৰা আৰু আমাক এক সামাজিক ঐক্যতাৰ বাৰ্তা প্ৰদান কৰাৰ বাবে তেওঁৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো৷”

প্ৰধানমন্ত্ৰী মোদীক মুখ্যমন্ত্ৰী শ্ৰী বাসৱৰাজ বোম্মাই আৰু কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী থাৱৰ চান্দ গেহলটে সংগ দিয়ে৷

 

 

The Prime Minister also tweeted about paying tributes to Maharshi Valmiki.

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Odisha’s Dhenkanal farmers export 3 tonne of mango to London

Media Coverage

Odisha’s Dhenkanal farmers export 3 tonne of mango to London
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মে’ 2026
May 14, 2026

Kisan Kalyan to Viksit Bharat: PM Modi Delivers Jobs, Markets & Dignity Across Rural and Industrial India