প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ত্ৰিনিদাদ আৰু টোবাগোত ভাৰতক জানক (Know India) কুইজৰ বিজয়ী যুৱক শংকৰ ৰামজত্তন, নিকোলাছ মাৰাজ আৰু ভিন্স মাহাতোৰ সৈতে মিলিত হয়।
এই কুইজত সমগ্ৰ বিশ্বৰ যুৱ সমাজে ব্যাপকভাৱে অংশগ্ৰহণ কৰিছে আৰু এই কাৰ্য্যই ভাৰতৰ সৈতে আমাৰ প্ৰবাসীসকলৰ সংযোগক গভীৰ কৰি তুলিছে বুলি শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে প’ষ্ট কৰে;
"ত্ৰিনিদাদ আৰু টোবাগোত ভাৰতক জানক (Know India) কুইজৰ বিজয়ী যুৱক শংকৰ ৰামজত্তন, নিকোলাছ মাৰাজ আৰু ভিন্স মাহাতোৰ সৈতে মিলিত হওঁ।
এই কুইজত সমগ্ৰ বিশ্বৰ যুৱ সমাজে ব্যাপকভাৱে অংশগ্ৰহণ কৰিছে আৰু এই কাৰ্য্যই ভাৰতৰ সৈতে আমাৰ প্ৰবাসীসকলৰ সংযোগক গভীৰ কৰি তুলিছে।"
Met youngsters Shankar Ramjattan, Nicholas Maraj and Vince Mahato, who are winners of the Bharat Ko Janiye (Know India) Quiz in Trinidad & Tobago.
— Narendra Modi (@narendramodi) July 3, 2025
This Quiz has generated widespread participation across the world and deepened the connect of our diaspora with India. pic.twitter.com/QbRSsYF6VY


