প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ মহাসচিব ডৰীন ব’গডান মাৰ্টিনক সাক্ষাৎ কৰে৷ দয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে এখন উন্নত আৰু বহনক্ষম পৃথিৱীৰ বাবে ডিজিটেল প্ৰযুক্তিৰ লাভ আহৰণ কৰিবলৈ ব্যাপক আলোচনাত মিলিত হয়৷

শ্ৰীমতী ডৰীন ব’গডান মাৰ্টিনৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,

“@ITUSecGen ডৰীন ব’গডান মাৰ্টিনক সাক্ষাৎ কৰি আনন্দিত হ’লো৷ আমি এখন উন্নত আৰু বহনক্ষম পৃথিৱীৰ বাবে ডিজিটেল প্ৰযুক্তিৰ লাভ আহৰণ কৰিবলৈ ব্যাপক আলোচনা কৰিলো৷”

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Vande Mataram: The first proclamation of cultural nationalism

Media Coverage

Vande Mataram: The first proclamation of cultural nationalism
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
য়েল মিডিয়া কৰ্ণাৰ 7 নৱেম্বৰ 2025
November 07, 2025

Empowering New India: PM Modi's Reforms Driving Growth, Innovation, and National Pride