Share
 
Comments
নিবিড় সাংস্কৃতিক সম্পৰ্ক আৰু উন্নয়ন অংশীদাৰিত্বৰ সন্দৰ্ভত মত বিনিময়
ভাৰতৰ জি-২০ অধ্যক্ষতাক প্ৰশংসা আৰু শুভেচ্ছা মহামহিমৰ
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত ২৯-৩১ মে’, ২০২৩লৈ ভাৰত ভ্ৰমণৰত কম্বোদিয়াৰ ৰজা মহামহিম নৰোদম ছিহামনিক সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত ২৯-৩১ মে’, ২০২৩লৈ ভাৰত ভ্ৰমণৰত কম্বোদিয়াৰ ৰজা মহামহিম নৰোদম ছিহামনিক সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰী আৰু মহামহিম ৰজা ছিহামনিয়ে দুয়োখন ৰাজ্যৰ মাজত গভীৰ সভ্যতাকেন্দ্ৰিক সম্পৰ্ক, শক্তিশালী সাংস্কৃতিক আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজত সংযোগ স্থাপনত গুৰুত্ব আৰোপ কৰে৷

প্ৰধানমন্ত্ৰীয়ে মহামহিম ৰজাক সামৰ্থ্য গঢ় দিয়াকে ধৰি বিভিন্ন ক্ষেত্ৰত কম্বোদিয়াৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ভাৰতৰ সংকল্পৰ আশ্বাস দিয়ে৷ মহামহিম ৰজাই ভাৰতৰ প্ৰধানমন্ত্ৰীক চলিত উন্নয়নমূলক সহযোগিতাৰ বাবে ধন্যবাদ জনোৱাৰ লগতে ভাৰতৰ জি-২০ অধ্যক্ষতাক প্ৰশংসা কৰে আৰু শুভেচ্ছা জ্ঞাপন কৰে৷

 

Explore More
৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
Indian auto industry breaks records: 363,733 cars and SUVs sold in September

Media Coverage

Indian auto industry breaks records: 363,733 cars and SUVs sold in September
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM pays homage to Mahatma Gandhi on his birth anniversary
October 02, 2023
Share
 
Comments

The Prime Minister, Shri Narendra Modi paid homage to the Father of the Nation Mahatma Gandhi on his birth anniversary at the Rajghat today.

He posted a picture of himself on X, with its caption reading:

"Earlier this morning, paid homage to Gandhi Ji at Rajghat."