আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জেডি(এছ) কৰ্ণাটকৰ মুৰব্বী শ্ৰী এইচডি কুমাৰস্বামী আৰু শ্ৰী এইচডি ৰেভানাসহ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী এইচডি দেৱে গৌড়াৰে মিলিত হয়।

তেখেতে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত দৃষ্টান্তমূলক অৱদানৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

"প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী এইচডি দেৱে গৌড়া, শ্ৰী এইচডি কুমাৰস্বামী জী আৰু শ্ৰী এইচডি ৰেভানা জীক লগ পোৱাটো সদায় এক আনন্দৰ কথা।

ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰত দেৱেগৌড়া জীৰ দৃষ্টান্তমূলক অৱদানক ভাৰতে মনত ৰাখিছে। ভিন্ন নীতিগত বিষয়ত তেওঁৰ চিন্তাধাৰা আছিল অন্তৰ্দৃষ্টিসম্পন্ন আৰু ভৱিষ্যতবাদী।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
LPG Bookings Drop To 77 Lakh From 88.8 Lakh As Govt Says Fuel Supplies Stable

Media Coverage

LPG Bookings Drop To 77 Lakh From 88.8 Lakh As Govt Says Fuel Supplies Stable
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 মাৰ্চ 2026
March 15, 2026

Empowering Bharat: From Loans to Global Leadership Under PM Modi