প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি গুজৰাটৰ জিলা পঞ্চায়তৰ সদস্যসকলৰ সৈতে মিলিত হয় আৰু গ্ৰামোন্নয়ন আৰু সামাজিক প্ৰগতিৰ অৰ্থে জনশক্তিক ব্যৱহাৰৰে সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"কালি গুজৰাটৰ জিলা পঞ্চায়তৰ সদস্যসকলৰ সৈতে এক ফলপ্ৰসূ বৈঠক অনুষ্ঠিত হয়। আমি গ্ৰামোন্নয়ন আৰু সামাজিক প্ৰগতিৰ অৰ্থে জনশক্তিক ব্যৱহাৰৰে সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত বিস্তৃতভাৱে কথা পাতো।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
On Puri’s Grand Road, a devotee’s submission

Media Coverage

On Puri’s Grand Road, a devotee’s submission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 জুলাই 2026
July 16, 2026

Atmanirbhar to Inclusive: PM Modi’s Blueprint for a Self-Reliant, Empowered & Culturally Rooted Bharat