প্ৰায় ২৮,৯৮০ কোটি টকাৰ একাধিক শক্তি প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন
প্ৰায় ২১১০ কোটি টকাৰ মুঠ ব্যয়ৰে উন্নয়নসাধন কৰা ৰাষ্ট্ৰীয় ঘাইপথৰ তিনিটা পথ খণ্ডৰ প্ৰকল্প উদ্বোধন
প্ৰায় ২১৪৬ কোটি টকাৰ ৰে’ল প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন
সম্বলপুৰ ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন
পুৰী-সোনেপুৰ-পুৰী সাপ্তাহিক এক্সপ্ৰেছ শুভাৰম্ভ
সম্বলপুৰৰ আই আই এমৰ স্থায়ী চৌহদ উদ্বোধন
“আজি দেশৰ অন্যতম মহান পুত্ৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লাল কৃষ্ণ আদৱানীক ভাৰত ৰত্ন প্ৰদানৰ সিদ্ধান্ত লৈছে দেশবাসীয়ে”
“ওড়িশাক শিক্ষা আৰু দক্ষতা বিকাশৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাইছে”
তেওঁ লগতে কয় যে ইয়াৰ দ্বাৰা ওড়িশাৰ যুৱক-যুৱতীসকলৰ বাবেও হাজাৰ হাজাৰ নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব।
অনুষ্ঠানত ওড়িশাৰ ৰাজ্যপাল শ্ৰী ৰঘুবৰ দাস, ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী নবীন পাটনায়ক, কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু কেন্দ্ৰীয় ৰেল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ লগতে অন্যান্য সকল উপস্থিত থাকে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ সম্বলপুৰত প্ৰাকৃতিক গেছ, কয়লা আৰু বিদ্যুৎ উৎপাদনৰ সৈতে জড়িত শক্তি খণ্ডক উন্নীত কৰাৰ লক্ষ্যৰে পথ, ৰেলৱে আৰু উচ্চ শিক্ষা খণ্ডৰ ৬৮,০০০ কোটি টকাতকৈও অধিক মূল্যৰ প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। শ্ৰী মোদীয়ে আইআইএম সম্বলপুৰ মডেল আৰু এখন ফটো প্ৰদৰ্শনী ৰ পৰিদৰ্শন কৰে।

এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে আজি শিক্ষা, ৰে’ল, পথ, বিদ্যুৎ আৰু পেট্ৰলিয়াম খণ্ডত প্ৰায় ৭০,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰা হৈছে, কাৰণ আজি ওড়িশাৰ উন্নয়ন যাত্ৰাৰ বাবে এক উল্লেখযোগ্য অনুষ্ঠান। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সমাজৰ আন সকলো শ্ৰেণীৰ লগতে দৰিদ্ৰ শ্ৰেণীৰ অন্তৰ্গত ওড়িশাৰ জনসাধাৰণ, শ্ৰমিক শ্ৰেণী, ব্যৱসায়ী আৰু কৃষকসকলে আজিৰ উন্নয়নমূলক প্ৰকল্পৰ সুফল লাভ কৰিব। তেওঁ লগতে কয় যে ইয়াৰ দ্বাৰা ওড়িশাৰ যুৱক-যুৱতীসকলৰ বাবেও হাজাৰ হাজাৰ নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব।

ভাৰতৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী শ্ৰী লাল কৃষ্ণ আদবানীক ভাৰতৰত্ন প্ৰদানৰ চৰকাৰে লোৱা সিদ্ধান্তৰ কথা ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ উপ-প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপে শ্ৰী আদৱানীৰ অতুলনীয় অৱদানৰ লগতে এজন বিশিষ্ট আৰু নিষ্ঠাবান সাংসদ হিচাপে দশক দশক ধৰি থকা অভিজ্ঞতাক প্ৰশংসা কৰে। “ভাৰত ৰত্নেৰে আদৱানী জীক সন্মান জনোৱাটো এনে এক প্ৰতীক যে দেশবাসীয়ে নিজৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰাসকলক কেতিয়াও পাহৰিব নোৱাৰে”, প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয়। প্ৰধানমন্ত্ৰীয়ে শ্ৰী এল কে আদৱানীয়ে তেওঁৰ প্ৰতি দেখুওৱা মৰম, আশীৰ্বাদ আৰু মাৰ্গদৰ্শনৰ বাবে তেওঁৰ সৌভাগ্যক ধন্যবাদ জনায় আৰু সকলো নাগৰিকৰ হৈ তেওঁক অভিনন্দন জনোৱাৰ সময়ত তেওঁৰ দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ওড়িশাক শিক্ষা আৰু দক্ষতা বিকাশৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাইছে। যোৱা দশকত আইআইএছই আৰ বেৰহামপুৰ আৰু ভুৱনেশ্বৰৰ ইনষ্টিটিউট অৱ কেমিকেল টেকন’লজিৰ দৰে আধুনিক শিক্ষানুষ্ঠান স্থাপনৰ লগে লগে ওড়িশাৰ যুৱক-যুৱতীসকলৰ ভাগ্য সলনি হৈছে৷ এতিয়া আইআইএম সম্বলপুৰক আধুনিক পৰিচালনা প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠা কৰাৰ লগে লগে ৰাজ্যৰ ভূমিকা আৰু অধিক শক্তিশালী হৈ উঠিছে। মহামাৰীৰ সময়ত আই আই এম (ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট)ৰ আধাৰশিলা স্থাপন কৰাৰ কথা স্মৰণ কৰি সকলো বাধাৰ মাজত ইয়াৰ সম্পূৰ্ণতাৰ সৈতে জড়িতসকলক প্ৰশংসা কৰে।

প্ৰতিটো খণ্ডতে ওড়িশাক সৰ্বাধিক সমৰ্থন দিয়াৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “এখন বিকশিত ভাৰতৰ লক্ষ্যত তেতিয়াহে উপনীত হ’ব পৰা যাব, যেতিয়া সকলো ৰাজ্য উন্নত হ’ব।” বিগত ১০ বছৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ওড়িশাৰ পেট্ৰ’লিয়াম আৰু পেট্ৰ’কেমিকেল খণ্ডত প্ৰায় ১.২৫ লাখ কোটি টকাৰ বিনিয়োগৰ সাক্ষী হোৱা, ৰাজ্যখনৰ ৰে’ল বাজেটত ১২গুণতকৈ অধিক উদ্গনি লাভ কৰা, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ওড়িশাৰ গ্ৰামাঞ্চলৰ ৫০,০০০ কিলোমিটাৰ আৰু ৪,০০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কথা উল্লেখ কৰে। আজিৰ তিনিটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে যাত্ৰাৰ দূৰত্বৰ লগতে ওড়িশা আৰু ঝাৰখণ্ডৰ মাজত আন্তঃৰাজ্যিক সংযোগো হ্ৰাস পাব। খনন, শক্তি আৰু তীখা উদ্যোগৰ ক্ষেত্ৰত এই অঞ্চলৰ সম্ভাৱনাৰ বাবে পৰিচিত বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নতুন সংযোগে সমগ্ৰ অঞ্চলটোত নতুন উদ্যোগৰ বাবে সম্ভাৱনাৰ সৃষ্টি কৰিব, যাৰ ফলত হাজাৰ হাজাৰ নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। তেওঁ সম্বলপুৰ-তালচেৰ ৰে’ল অংশ দ্বৈত পথলৈ উন্নীত কৰাৰ লগতে ঝাৰ-তৰ্ভাৰ পৰা সোণপুৰ অংশলৈ নতুন ৰে’ল লাইন উদ্বোধনৰ কথাও সদৰি কৰে। “সুবৰ্ণপুৰ জিলাও পুৰী-সোণপুৰ এক্সপ্ৰেছৰ জৰিয়তে সংযোগ স্থাপন কৰি ভক্তসকলে ভগৱান জগন্নাথৰ দৰ্শন কৰাটো সহজ কৰি তুলিব”, তেওঁ কয়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে আজি উদ্বোধন কৰা অতি গুৰুত্বপূৰ্ণ তাপ বিদ্যুৎ উদ্যোগসমূহে ওড়িশাৰ প্ৰতিটো পৰিয়ালৰ বাবে পৰ্যাপ্ত আৰু সুলভ মূল্যৰ বিদ্যুৎ সুনিশ্চিত কৰিব।

 

খনন নীতিৰ পৰিৱৰ্তনৰ পিছত ওড়িশাৰ আয় ১০ গুণ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, “বিগত ১০ বছৰত কেন্দ্ৰীয় চৰকাৰে যি নীতিৰ পৰা ওড়িশাই বহুখিনি লাভৱান হৈছে”। পূৰ্বৰ নীতি য’ত খনিজ উৎপাদনৰ সুবিধা সেই অঞ্চল আৰু ৰাজ্যসমূহৰ বাবে উপলব্ধ নাছিল বুলি আঙুলিয়াই দি প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে জিলা খনিজ ন্যাস গঠনৰ লগে লগে এই বিষয়টোৰ সমাধান কৰা হয়, যিয়ে একেখিনিৰ উন্নয়নত বিনিয়োগ নিশ্চিত কৰিছিল খননৰ জৰিয়তে লাভ কৰা অৰ্জনত সফল কৰিছে। “এতিয়ালৈকে ওড়িশাই ২৫ হাজাৰ কোটিতকৈ অধিক ধন লাভ কৰিছে আৰু সেই ধন খনন চলি থকা অঞ্চলটোৰ জনসাধাৰণৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰা হৈছে”। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে ওড়িশাবাসীক আশ্বাস দিয়ে যে কেন্দ্ৰীয় চৰকাৰেও একে নিষ্ঠাবান মনোভাৱেৰে ৰাজ্যখনৰ উন্নয়নৰ বাবে কাম কৰি যাব।

 

অনুষ্ঠানত ওড়িশাৰ ৰাজ্যপাল শ্ৰী ৰঘুবৰ দাস, ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী নবীন পাটনায়ক, কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু কেন্দ্ৰীয় ৰেল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ লগতে অন্যান্য সকল উপস্থিত থাকে।

পটভূমিঃ

ওড়িশাৰ সম্বলপুৰত ৰাজহুৱা কাৰ্যসূচীত দেশৰ শক্তি সুৰক্ষা সুদৃঢ় কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি শক্তি খণ্ডক উন্নীত কৰাৰ লক্ষ্যৰে একাধিক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰা কৰে প্ৰধানমন্ত্ৰীয়ে৷

প্ৰধানমন্ত্ৰীয়ে ‘জগদীশপুৰ-হালদিয়া আৰু বোকাৰো-ধমৰা পাইপলাইন প্ৰকল্প (জেএইচবিডিপিএল)’ৰ ‘ধমৰা–আংগুল পাইপলাইন অংশ’ (৪১২ কিলোমিটাৰ) উদ্বোধন কৰে। ‘প্ৰধানমন্ত্ৰী উৰ্জা গংগা’ৰ অধীনত ২,৪৫০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষ এই প্ৰকল্পটোৱে ওড়িশাক ৰাষ্ট্ৰীয় গেছ গ্ৰীডৰ সৈতে সংযোগ কৰিব। প্ৰধানমন্ত্ৰীয়ে মুম্বাই-নাগপুৰ-ঝাৰছুগুড়া পাইপলাইনৰ ‘নাগপুৰ ঝাৰছুগুড়া প্ৰাকৃতিক গেছ পাইপলাইন অংশ’ (৬৯২ কিলোমিটাৰ)’ৰ আধাৰশিলা স্থাপন কৰে। ২,৬৬০ কোটিতকৈ অধিক ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পৰ জৰিয়তে ওড়িশা, মহাৰাষ্ট্ৰ, ছত্তীশগড়ৰ দৰে ৰাজ্যৰ প্ৰাকৃতিক গেছৰ পৰ্যাপ্ততা বৃদ্ধি পাব৷

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ২৮,৯৮০ কোটি টকাৰ একাধিক শক্তি প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰে। ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰা প্ৰকল্পসমূহৰ ভিতৰত ওড়িশাৰ সুন্দৰগড় জিলাৰ এনটিপিচি দৰলিপালি ছুপাৰ থাৰ্মেল পাৱাৰ ষ্টেচন (২x৮০০ মেগাৱাট) আৰু এনএছপিচিএল ৰুৰকেল্লা পিপি-II সম্প্ৰসাৰণ প্ৰকল্প (১x২৫০ মেগাৱাট) উল্লেখযোগ্য। তদুপৰি, তেওঁ ওড়িশাৰ আংগুল জিলাত এনটিপিচি টালচাৰ থাৰ্মেল পাৱাৰ প্ৰজেক্ট, ষ্টেজ-III (২x৬৬০ মেগাৱাট)ৰ আধাৰশিলা স্থাপন কৰিব। এই শক্তি প্ৰকল্পসমূহে ওড়িশাৰ লগতে আন কেইবাখনো ৰাজ্যলৈও কম খৰচী বিদ্যুৎ যোগান ধৰিব।

 

প্ৰধানমন্ত্ৰীয়ে ২৭,০০০ কোটিৰো অধিক মূল্যৰ নেইভেলী লিগনাইট নিগমৰ তালাবিৰা তাপ শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক শক্তিশালী কৰি এই অত্যাধুনিক প্ৰকল্পই নিৰ্ভৰযোগ্য, সুলভ আৰু ২৪ ঘণ্টাই শক্তি প্ৰদান কৰিব যিয়ে দেশৰ শক্তি সুৰক্ষাত যথেষ্ট অৰিহণা যোগাব আৰু দেশৰ অৰ্থনৈতিক বিকাশ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

প্ৰধানমন্ত্ৰীয়ে মহানদী কয়লাক্ষেত্ৰ লিমিটেডৰ কয়লা আন্তঃগাঁথনি প্ৰকল্পৰ লগতে ফাৰ্ষ্ট মাইল কানেক্টিভিটি (এফএমচি) প্ৰকল্প-আংগুল জিলাৰ তালচেৰ কয়লাক্ষেত্ৰত ভুবনেশ্বৰী প্ৰথম পৰ্যায় আৰু লাজকুৰা ৰেপিড লোডিং চিষ্টেম (আৰএলএছ) উদ্বোধন কৰে। প্ৰায় ২,১৪৫ কোটি টকা ব্যয় সাপেক্ষ এই প্ৰকল্পসমূহে ওড়িশাৰ পৰা শুকান ইন্ধনৰ মানদণ্ড আৰু যোগান বৃদ্ধি কৰিব। প্ৰধানমন্ত্ৰীয়ে ওড়িশাৰ ঝাৰছুগুড়া জিলাত ৫৫০ কোটি টকাৰো অধিক ব্যয়ৰে নিৰ্মিত ইব ভেলী ৱাশ্বাৰীও উদ্বোধন কৰে। ই গুণগত মানৰ বাবে কয়লা প্ৰক্ৰিয়াকৰণৰ এক আৰ্হি পৰিৱৰ্তন চিহ্নিত কৰিব, যিয়ে উদ্ভাৱন আৰু বহনক্ষমতাক সূচাব। প্ৰধানমন্ত্ৰীয়ে ৮৭৮ কোটি টকাৰ বিনিয়োগেৰে নিৰ্মিত মহানদী ক’লফিল্ডছ লিমিটেডে নিৰ্মাণ কৰা ঝাৰছুগুডা-বৰপালী-চৰ্দেগা ৰে’ল লাইন প্ৰথম পৰ্যায়ৰ ৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়টো ট্ৰেক ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে।

 

প্রধানমন্ত্রীয়ে প্রায় ২,১১০ কোটি টকাৰ ব্যয়েৰে বিকশিত ৰাষ্ট্ৰীয় ঘাইপথৰ তিনিটা গড়কাপ্তানি খণ্ডৰ প্রকল্পও উদ্বোধন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত ২১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰিমুলি-কইডা ছেকচনৰ ফৰলেনিং (নতুন ৰাষ্ট্ৰীয় ঘাইপথ নং ৫২০), ২৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বীৰামিত্ৰপুৰ-ব্ৰহ্মণি বাইপাছ আৰু এই অংশৰ ফৰলেনিং আৰু ব্ৰহ্মনি বাইপাছ আৰু-ৰাজামুণ্ডা অংশৰ ফৰলেনিং ২৩নং ৰাষ্ট্ৰীয় ঘাইপথৰ (নতুন ৰাষ্ট্ৰীয় ঘাইপথ নং ১৪৩)। এই প্ৰকল্পসমূহে সংযোগ বৃদ্ধি কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নৰ দিশতো অৰিহণা যোগাব।

 

প্ৰধানমন্ত্ৰীয়ে ২১৪৬ কোটি টকা ব্যয় সাপেক্ষ ৰেলৱে প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলাও স্থাপন কৰে। তেওঁ শৈলাশ্ৰী প্ৰাসাদৰ পৰা অনুপ্ৰাণিত স্থাপত্য সম্বলপুৰ ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰে। তদুপৰি, তেওঁ সম্বলপুৰ-তালচেৰ দ্বৈত ৰে’ল পথ (১৬৮ কিলোমিটাৰ) আৰু ঝাৰ্টৰভাক সোণেপুৰ নতুন ৰে’ল পথ (২১.৭ কিলোমিটাৰ) ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে, যাৰ ফলত অঞ্চলটোৰ ৰে’ল নেটৱৰ্কৰ ক্ষমতা বৃদ্ধি পাব। প্ৰধানমন্ত্ৰীয়ে পুৰী-সোনেপুৰ-পুৰী সাপ্তাহিক এক্সপ্ৰেছো শুভাৰম্ভ কৰিব, যাৰ ফলত অঞ্চলটোৰ ৰে’ল যাত্ৰীসকলৰ সংযোগ উন্নত হ’ব।

প্ৰধানমন্ত্ৰীয়ে আই আই এম সম্বলপুৰৰ স্থায়ী চৌহদো উদ্বোধন কৰে। তদুপৰি তেওঁ ঝাৰছুগুড়া মুখ্য ডাকঘৰ ঐতিহ্য ভৱনটো ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Govt directs faster processing of city gas projects, hikes commercial LPG allocation to ease supply stress

Media Coverage

Govt directs faster processing of city gas projects, hikes commercial LPG allocation to ease supply stress
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
This is the New India that leaves no stone unturned for development: PM Modi
March 23, 2026
Today, India is moving forward with a new confidence; Now India faces challenges head-on: PM
From the Gulf to the Global West and from the Global South to neighbouring countries, India is a trusted partner for all: PM
What gets measured gets improved and ultimately gets transformed: PM
This is the new India, It is leaving no stone unturned for development: PM

नमस्कार!

पिछले कुछ समय में मुझे एक-दो बार टीवी9 भारतवर्ष देखने का मौका मिला है। नॉर्मली भी युद्धों और मिसाइलों पर आपका बहुत फोकस होता है और आजकल तो आपको कंटेंट की ओवरफीडिंग हो रही है। बड़े-बड़े देश टीवी9 को इतना सारा कंटेंट देने पर तुले हुए हैं, लेकिन On a Serious Note, आज विश्व जिन गंभीर परिस्थितियों से गुजर रहा है, वो अभूतपूर्व है और बेहद गंभीर है। और इन स्थितियों के बीच, आज टीवी-9 नेटवर्क ने विचारों का एक बेहद महत्वपूर्ण मंच बनाया है। आज इस समिट में आप सभी India and the world, इस विषय पर चर्चा कर रहे हैं। मैं आप सबको बधाई देता हूं। इस समिट के लिए अपनी शुभकामनाएं देता हूं। सभी अतिथियों का अभिनंदन करता हूं।

साथियों,

आज जब दुनिया, conflicts के कारण उलझी हुई है, जब इन conflicts के दुष्प्रभाव पूरी दुनिया पर दिख रहे हैं, तब India and the world की बात करना बहुत ही प्रासंगिक है। भारत आज वो देश है, जिसकी अर्थव्यवस्था तेजी से आगे बढ़ रही है। 2014 के पहले की स्थितियों को पीछे छोड़कर के आज भारत एक नए आत्मविश्वास के साथ आगे बढ़ रहा है। अब भारत चुनौतियों को टालता नहीं है बल्कि चुनौतियों से टकराता है। आप बीते 5-6 साल में देखिए, कोरोना की महामारी के बाद चुनौतियां एक के बाद एक बढ़ती ही गई हैं। ऐसा कोई साल नहीं है, जिसने भारत की, भारतीयों की परीक्षा न ली हो। लेकिन 140 करोड़ देशवासियों के एकजुट प्रयास से भारत हर आपदा का सामना करते हुए आगे बढ़ रहा है। इस समय युद्ध की परिस्थितियों में भी भारत की नीति और रणनीति देखकर, भारत का सामर्थ्य देखकर दुनिया के अनेकों देश हैरान हैं। हमारे यहां कहावत है, सांच को आंच नहीं। 28 फरवरी से दुनिया में जो उथल-पुथल मची है, इन कठोर विपरीत परिस्थितियों में भी भारत प्रगति के, विकास के, विश्वास के संकल्प के साथ आगे बढ़ रहा है। इन 23 दिनों में भारत ने अपनी Relationship Building Capacity दिखाई है, Decision Making Capacity दिखाई है और Crisis Management Capacity दिखाई है।

साथियों,

आज जब दुनिया इतने सारे खेमों में बंटी हुई है, भारत ने अभूतपूर्व और अकल्पनीय bridges बनाए हैं। Gulf से लेकर Global West तक, Global South से लेकर पड़ोसी देशों तक भारत सभी का trusted partner है। कुछ लोग पूछते हैं, हम किसके साथ हैं? तो उनको मेरा जवाब यही है कि हम भारत के साथ हैं, हम भारत के हितों के साथ हैं, शांति के साथ हैं, संवाद के साथ हैं।

साथियों,

संकट के इसी समय में जब global supply chains डगमगा रही हैं, भारत ने diversification और resilience का मॉडल पेश किया है। Energy हो, fertilizers हों या essential goods अपने नागरिकों को कम से कम परेशानी हो, इसके लिए भारत ने निरंतर प्रयास किया है और आज भी कर रहे है।

साथियों,

जब राष्ट्रनीति ही राजनीति का मुख्य आधार हो, तब देश का भविष्य सर्वोपरि होता है। लेकिन जब राजनीति में व्यक्तिगत स्वार्थ हावी हो जाता है, तब लोग देश के फ्यूचर के बजाय अपने फ्यूचर के बारे में सोचते हैं। आप ज़रा याद कीजिए 2004 से 2010 के बीच क्या हुआ था? तब कांग्रेस सरकार के समय पेट्रोल-डीजल और गैस की कीमतों का संकट आया था और तब कांग्रेस ने देश की नहीं बल्कि अपनी सत्ता की चिंता की। उस वक्त कांग्रेस ने एक लाख अड़तालीस हज़ार करोड़ रुपए के ऑयल बॉन्ड जारी किए थे और प्रधानमंत्री मनमोहन सिंह जी ने खुद कहा था कि वो आने वाली पीढ़ी पर कर्ज का बोझ डाल रहे हैं। यह जानते हुए भी कि ऑयल बॉन्ड का फैसला गलत है, जो रिमोट कंट्रोल से सरकार चला रहे थे, उन लोगों ने अपनी सत्ता बचाने के लिए यह गलत निर्णय किया क्योंकि जवाबदेही उस समय नहीं होनी थी, उस बॉन्ड पर री-पेमेंट 2020 के बाद होनी थी।

साथियों,

बीते 5-6 वर्षों में हमारी सरकार ने कांग्रेस सरकार के उस पाप को धोने का काम किया है, और इस धुलाई का खर्चा कम नहीं आया है, ऐसी लाँड्री आपने देखी नहीं होगी। 1 लाख 48 हज़ार करोड़ रुपए की जगह, देश को 3 लाख करोड़ रुपए से अधिक की पेमेंट करनी पड़ी क्योंकि इसमें ब्याज भी जुड़ गया था। यानी हमने करीब-करीब दोगुनी राशि चुकाने के लिए मजबूर हुए। आजकल कांग्रेस के जो नेता बयानों की मिसाइलें दाग रहे हैं, मिसाइल आई तो टीवी9 को मजा आएगा, उनकी इस विषय का जिक्र आते ही बोलती बंद हो जाती है।

साथियों,

पश्चिम एशिया में बनी परिस्थितियों पर मैंने आज लोकसभा में अपना वक्तव्य दिया है। दुनिया में जहां भी युद्ध हो रहे हैं, वो भारत की सीमा से दूर हैं। लेकिन आज की व्यवस्थाओं में कोई भी देश युद्धों से दुष्प्रभाव से दूर रहे, ऐसा संभव नहीं होता। अनेक देशों में तो स्थिति बहुत गंभीर हो चुकी है। और इन हालातों में हम देख रहे हैं कि राजनीतिक स्वार्थ से भरे कुछ लोग, कुछ दल, संकट के इस समय में भी अपने लिए राजनीतिक अवसर खोज रहे हैं। इसलिए मैं टीवी9 के मंच से फिर कहूंगा, यह समय संयम का है, संवेदनशीलता का है। हमने कोरोना महासंकट के दौरान भी देखा है, जब देशवासी एकजुट होकर संकट का सामना करते हैं, तो कितने सार्थक परिणाम आते हैं। इसी भाव के साथ हमें इस युद्ध से बनी परिस्थितियों का सामना करना है।

साथियों,

दुनिया की हर उथल-पुथल के बीच, भारत ने अपनी प्रगति की गति को भी बनाए रखा है। अगर मैं 28 फरवरी को युद्ध शुरू होने के बाद, बीते 23 दिनों का ही ब्यौरा दूं, तो पूरब से पश्चिम तक, उत्तर से दक्षिण तक देश में हजारों करोड़ के डेवलपमेंट प्रोजेक्ट्स का काम हुआ है। दिल्ली मेट्रो रेल के महत्वपूर्ण कॉरिडोर्स का लोकार्पण, सिलचर का हाई स्पीड कॉरिडोर का शिलान्यास, कोटा में नए एयरपोर्ट का शिलान्यास, मदुरै एयरपोर्ट को इंटरनेशनल एयरपोर्ट का दर्जा देना, ऐसे अनेक काम बीते 23 दिनों में ही हुए हैं। बीते एक महीने के दौरान ही औद्योगिक विकास को गति देने के लिए भव्य स्कीम को मंजूरी दी गई है। इसके तहत देशभर में 100 plug-and-play industrial parks विकसित किए जाएंगे। देश में Small Hydro Power Development Scheme को भी हरी झंडी दी गई है। इससे आने वाले वर्षों में 1,500 मेगावाट नई hydro power capacity जोड़ी जाएगी। इसी दौरान जल जीवन मिशन को साल 2028 तक बढ़ाने का निर्णय लिया गया है। किसानों के हित में भी अनेक बड़े निर्णय लिए गए हैं। बीते एक महीने में ही पीएम किसान सम्मान निधि के तहत 18 हजार करोड़ रुपए से अधिक सीधे किसानों के खातों में ट्रांसफर किए गए हैं। और जो हमारे MSMEs हैं, जो हमारे निर्यातक हैं, उनके लिए भी करीब 500 करोड़ रुपए के राहत पैकेज की भी घोषणा की गई है। यह सारे कदम इस बात का प्रमाण हैं कि विकसित भारत बनाने के लिए देश कितनी तेज गति से काम कर रहा है।

साथियों,

Management की दुनिया में एक सिद्धांत कहा जाता है - What gets measured, gets managed. लेकिन मैं इसमें एक बात और जोड़ना चाहता हूं, What gets measured, gets improved और ultimately, gets transformed. क्योंकि आकलन जागरूकता पैदा करता है। आकलन जवाबदेही तय करता है और सबसे महत्वपूर्ण आकलन संभावनाओं को जन्म देता है।

साथियों,

अगर आप 2014 से पहले के 10-11 साल और 2014 के बाद के 10-11 साल का आप आकलन करेंगे, तो यही पाएंगे कि कैसे इसी सिद्धांत पर चलते हुए, भारत ने हर सेक्टर को Transform किया है। जैसे पहले हाईवे बनते थे, करीब 11-12 किलोमीटर प्रति दिन की रफ्तार से, आज भारत करीब 30 किलोमीटर प्रतिदिन की स्पीड से हाईवे बना रहा है। पहले पोर्ट्स पर शिप का Turnaround Time, 5-6 दिन का होता था। आज वही काम, करीब-करीब 2 दिन से भी कम समय में पूरा हो रहा है। पहले Startup Culture के बारे में चर्चा ही नहीं होती थी। 2014 से पहले, हमारे देश में 400-500 स्टार्ट अप्स ही थे। आज भारत में 2 लाख से ज्यादा रजिस्ट्रर्ड स्टार्ट अप्स हैं। पहले मेडिकल education में सीटें भी सीमित थीं, करीब 50-55 हजार MBBS seats थीं, आज यह बढ़कर सवा लाख से ज्यादा हो चुकी हैं। पहले देश के Banking system से भी करोड़ों लोग बाहर थे। देश में सिर्फ 25 करोड़ के आसपास ही बैंक account थे। वहीं जनधन योजना के माध्यम से 55 करोड़ से ज्यादा बैंक अकाउंट खुले हैं। पहले हमारे देश में airports की संख्या भी 70 से कम थी। आज एयरपोर्ट्स की संख्या भी बढ़कर 160 से ज्यादा हो चुकी है।

साथियों,

पहले भी योजनाएं तो बनती थीं, लेकिन आज फर्क है, आज परिणाम दिखते हैं। पहले गति धीमी थी, आज भारत fastrack पर है। पहले संभावनाएं भी अंधकार में थीं, आज संकल्प सिद्धियों में बदल रहे हैं। इसलिए दुनिया को भी यह संदेश मिल रहा है कि यह नया भारत है। यह अपने विकास के लिए कोई कोर-कसर बाकी नहीं छोड़ रहा है।

साथियों,

आज हमारा प्रयास है कि अतीत में विकास का जो असंतुलन पैदा हो गया था, उसको अवसरों में बदला जाए। अब जैसे हमारा पूर्वी भारत है। हमारा पूर्वी भारत संसाधनों से समृद्ध है, दशकों तक वहां जिन्होंने सरकारें चलाई हैं, उनकी उपेक्षा ने पूर्वी भारत के विकास पर ब्रेक लगा दी थी। अब हालात बदल रहे हैं। जिस असम में कभी गोलियों की आवाज सुनाई देती थी, आज वहां सेमीकंडक्टर यूनिट बन रही है। ओडिशा में सेमीकंडक्टर से लेकर पेट्रोकेमिकल्स तक अनेक नए-नए सेक्टर का विकास हो रहा है। जिस बिहार में 6-7 दशक में गंगा जी पर एक बड़ा पुल बन पाया था एक, उस बिहार में पिछले एक दशक में 5 से ज्यादा नए पुल बनाए गए हैं। यूपी में कभी कट्टा मैन्युफैक्चरिंग की कहानियां कही जाती थीं, आज यूपी, मोबाइल फोन मैन्युफैक्चरिंग में दुनिया में अपनी पहचान बना रहा है।

साथियों,

पूर्वी भारत का एक और बड़ा राज्य पश्चिम बंगाल है। पश्चिम बंगाल, एक समय में भारत के कल्चर, एजुकेशन, इंडस्ट्री और ट्रेड का हब होता था। बीते 11 वर्षों में केंद्र सरकार ने पश्चिम बंगाल के विकास के लिए बड़ी मात्रा में निवेश किया है। लेकिन दुर्भाग्य से, आज वहां एक ऐसी निर्मम सरकार है, जो विकास पर ब्रेक लगाकर बैठी है। TV9 बांग्ला के जो दर्शक हैं, वो जानते हैं कि बंगाल में आयुष्मान योजना पर निर्मम सरकार ने ब्रेक लगाया हुआ है। पीएम सूर्यघर मुफ्त बिजली योजना पर ब्रेक लगाया हुआ है। पीएम आवास योजना पर ब्रेक लगाया हुआ है। चाय बागान श्रमिकों के लिए शुरू हुई योजना के लिए ब्रेक लगाया हुआ है। यानी विकास और जनकल्याण से ज्यादा प्राथमिकता निर्मम सरकार अपने राजनीतिक स्वार्थ को दे रही है।

साथियों,

देश में इस तरह की राजनीति की शुरुआत जिस दल ने की है, वो अपने गुनाहों से बच नहीं सकती और वो पार्टी है - कांग्रेस। कांग्रेस पार्टी की राजनीति का एक ही लक्ष्य रहा है, किसी भी तरह विकास का विरोध और कांग्रेस यह तब से कर रही है, जब मैं गुजरात में था। गुजरात में वर्षों तक जनता ने हमें आशीर्वाद दिया, तो कांग्रेस ने उस जनादेश को स्वीकार नहीं किया। उन्होंने गुजरात की छवि पर सवाल उठाए, उसकी प्रगति को कटघरे में खड़ा किया और जब यही विश्वास पूरे देश में दिखाई दिया, तो कांग्रेस का विरोध भी रीजनल से नेशनल हो गया।

साथियों,

जब राजनीति में विरोध, विकास के विरोध में बदल जाए, जब आलोचना देश की उपलब्धियों पर सवाल उठाने लगे, तब यह सिर्फ सरकार का विरोध नहीं रह जाता, यह देश की प्रगति से असहज होने की मानसिकता बन जाती है। आज कांग्रेस इसी मानसिकता की गुलाम बन चुकी है। आज स्थिति यह है कि देश की हर सफलता पर प्रश्न उठाया जाता है, हर उपलब्धि में कमी खोजी जाती है और हर प्रयास के असफल होने की कामना की जाती है। कोविड के समय, देश ने अपनी वैक्सीन बनाई, तो कांग्रेस ने उस पर भी संदेह जताया। Make in India की बात हुई, तो कहा गया कि यह सफल नहीं होगा, बब्बर शेर कहकर इसका मजाक उड़ाया गया। जब देश में डिजिटल इंडिया अभियान शुरू हुआ, तो उसका मजाक उड़ाया गया। लेकिन हर बार यह कांग्रेस का दुर्भाग्य और देश का सौभाग्य रहा कि भारत ने हर चुनौती को सफलता में बदला। आज भारत दुनिया की सबसे बड़ी वैक्सीनेशन ड्राइव का उदाहरण है। भारत डिजिटल पेमेंट्स में दुनिया का अग्रणी देश है। भारत मैन्युफैक्चरिंग और स्टार्टअप्स में नई ऊंचाइयों को छू रहा है।

साथियों,

लोकतंत्र में विरोध जरूरी होता है। लेकिन विरोध और विद्वेष के बीच एक रेखा होती है। सरकार का विरोध करना लोकतांत्रिक अधिकार है। लेकिन देश को बदनाम करना, यह कांग्रेस की नीयत पर सवाल खड़ा करता है। जब विरोध इस स्तर तक पहुंच जाए कि देश की उपलब्धियां भी असहज करने लगें, तो यह राजनीति नहीं, यह दृष्टिकोण की समस्या है। अभी हमने ग्लोबल AI समिट में भी देखा है। जब पूरी दुनिया भारत में जुटी हुई थी, तो कांग्रेस के लोग कपड़े फाड़ने वहां पहुंच गए थे। इन लोगों को देश की इज्जत की कितनी परवाह है, यह इसी से पता चलता है। इसलिए आज आवश्यकता है कि देशहित को, दलहित से ऊपर रखा जाए क्योंकि अंत में राजनीति से ऊपर, राष्ट्र होता है, राष्ट्र का विकास होता है।

साथियों,

आज का यह दिन भी हमें यही प्रेरणा देता है। आज के ही दिन शहीद भगत सिंह, शहीद राजगुरु और शहीद सुखदेव ने देश के लिए सर्वोच्च बलिदान दिया था। आज ही, समाजवादी आंदोलन के प्रखर आदर्श डॉ. राम मनोहर लोहिया जी की जयंती भी है। यह वो प्रेरणाएं हैं, जिन्होंने देश को हमेशा स्व से ऊपर रखा है। देशहित को सबसे ऊपर रखने की यही प्रेरणा, भारत को विकसित भारत बनाएगी। यही प्रेरणा भारत को आत्मनिर्भर बनाएगी। मुझे पूरा विश्वास है कि टीवी9 की यह समिट भी भारत के आत्मविश्वास और दुनिया के भरोसे पर, भारतीयों पर जो भरोसा है, उस भरोसे को और सशक्त करेगी। आप सभी को मेरी तरफ से बहुत-बहुत शुभकामनाएं हैं और आपके बीच आने का अवसर दिया, आप सबसे मिलने का मौका लिया, इसलिए बहुत-बहुत धन्यवाद!

नमस्‍कार!