With the inauguration and foundation stone laying of many development projects from Darbhanga, the life of the people of the state is going to become easier:PM
The construction of Darbhanga AIIMS will bring a huge change in the health sector of Bihar:PM
Our government is working with a holistic approach towards health in the country: PM
Under One District One Product scheme Makhana producers have benefited, Makhana Research Center has been given the status of a national institution, Makhanas have also received a GI tag:PM
We have given the status of classical language to Pali language: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ দাৰভাংগাত প্ৰায় ১২,১০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। উন্নয়নমূলক প্ৰকল্পসমূহত স্বাস্থ্য, ৰে’ল, পথ, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ খণ্ডসমূহক অন্তৰ্ভুক্ত কৰা হৈছে।

 

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চুবুৰীয়া ৰাজ্য ঝাৰখণ্ডত ভোটদান চলি আছে আৰু ৰাজ্যখনৰ জনসাধাৰণে বিকশিত ভাৰতৰ বাবে ভোটদান কৰিছে। তেওঁ ঝাৰখণ্ডৰ নাগৰিকসকলক দলে-বলে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে প্ৰয়াত সাৰদা সিনহাজীলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সংগীতৰ ক্ষেত্ৰত বিশেষকৈ তেওঁৰ ষট্ মহাপৰ্বৰ সংৰচনাসমূহৰ অতুলনীয় অৱদানক প্ৰশংসা কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে- সমগ্ৰ ভাৰতৰ লগতে বিহাৰেও ডাঙৰ ডাঙৰ উন্নয়নমূলক লক্ষ্যৰ অগ্ৰগতিৰ সাক্ষী হৈছে। তেওঁ লগতে কয় যে পূৰ্বতে আঁচনি আৰু প্ৰকল্পসমূহ কেৱল কাগজ-পত্ৰতে আছিল, তেতিয়াৰ দৰে এতিয়া নহয়, আজি সেইবোৰ ভূমিত সফলতাৰে ৰূপায়ণ কৰা হৈছে। “আমি বিকশিত ভাৰতৰ দিশে দৃঢ়তাৰে খোজ দিছো”, শ্ৰী মোদীয়ে কয়। তেওঁ লগতে কয় যে আমাৰ বৰ্তমানৰ প্ৰজন্ম যথেষ্ট সৌভাগ্যৱান, তেওঁলোকে বিকশিত ভাৰতৰ সাক্ষী হোৱাৰ লগতে লক্ষ্যত উপনীত হোৱাত অৱদান আগবঢ়াইছে।

 

জনসাধাৰণৰ কল্যাণ আৰু দেশৰ সেৱাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ কথা দোহাৰি প্ৰধানমন্ত্ৰীয়ে পথ, ৰে'ল আৰু গেছ আন্তঃগাঁথনিৰ ক্ষেত্ৰসমূহক সামৰি লোৱা প্ৰায় ১২,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ কথা উল্লেখ কৰে। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে কয় যে দৰভংগাত এইমছৰ সপোন বাস্তৱায়িত কৰাৰ বাবে আজি এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে যিয়ে বিহাৰৰ স্বাস্থ্য খণ্ডত বৃহৎ পৰিৱৰ্তন আনিব। তেওঁ অৱগত কৰে যে পশ্চিম বংগ আৰু নিকটৱৰ্তী অঞ্চলৰ উপৰি মিথিলা, কোচি আৰু তিৰহুট অঞ্চল ইয়াৰ দ্বাৰা লাভান্বিত হোৱাৰ লগতে নেপালৰ পৰা ভাৰতলৈ অহা ৰোগীসকলকো সেৱা আগবঢ়াব। তেওঁ কয় যে নিযুক্তি আৰু আত্মসংস্থাপনৰ বাবে একাধিক নতুন সুযোগো সৃষ্টি কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে আজিৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে মিথিলা, দাৰভাংগা আৰু সমগ্ৰ বিহাৰবাসীক অভিনন্দন জ্ঞাপন কৰে।

 

ভাৰতত জনসংখ্যাৰ সৰ্বাধিক অংশ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ অন্তৰ্ভুক্ত বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই শ্ৰেণীৰ লোকসকল ৰোগৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হৈছে, যাৰ ফলত চিকিৎসাৰ বাবে বৃহৎ পৰিমাণৰ জেপৰ ধন ব্যয় হয়। শ্ৰী মোদীয়ে মন্তব্য কৰে যে যদি পৰিয়ালৰ কোনোবা এজন ৰোগত আক্ৰান্ত হয় তেন্তে গোটেই পৰিয়ালটো কেনেকৈ বিচলিত হ'ব সেয়া তেওঁ ভালদৰে জানে। তেওঁ লগতে কয় যে চিকিৎসালয় আৰু চিকিৎসকৰ অভাৱ, অত্যাধিক মূল্যৰ ঔষধ আৰু কম ডায়েগনষ্টিক এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ বাবে পূৰ্বতে চিকিৎসা আন্তঃগাঁথনিৰ পৰিস্থিতি অতি দুৰ্বল আছিল। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে দুৰ্বল স্বাস্থ্য আন্তঃগাঁথনি আৰু দৰিদ্ৰ লোকসকলে সন্মুখীন হোৱা অসুবিধাৰ বাবে দেশৰ প্ৰগতি স্তব্ধ হৈ পৰিছে। সেয়েহে, তেওঁ লগতে কয়, পুৰণি চিন্তা আৰু দৃষ্টিভংগী সলনি কৰা হৈছিল।

 

প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্যৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা সামগ্ৰিক দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰে। তেওঁ চৰকাৰৰ লক্ষ্যনিৰ্ধাৰিত গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ ৰূপৰেখা দাঙি ধৰি কয় যে প্ৰথম গুৰুত্বৰ ক্ষেত্ৰ হৈছে ৰোগ প্ৰতিৰোধ; দ্বিতীয়তে ৰোগৰ সঠিক নিৰ্ণয়; তৃতীয়তে বিনামূলীয়া বা কম খৰচী চিকিৎসা আৰু ঔষধৰ উপলব্ধতা; চতুৰ্থতে সৰু চহৰবোৰক উন্নত চিকিৎসা সুবিধাৰে প্ৰস্তুত কৰা আৰু পঞ্চমতে স্বাস্থ্য খণ্ডত প্ৰযুক্তিৰ সম্প্ৰসাৰণ।

 

শ্ৰী মোদীয়ে যোগ, আয়ুৰ্বেদ, পুষ্টিগত মূল্য, ফিট ইণ্ডিয়া মুভমেণ্টৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়াৰ ওপৰত আলোকপাত কৰে। জাংক ফুড আৰু দুৰ্বল জীৱনশৈলী সাধাৰণ ৰোগৰ মুখ্য কাৰণ বুলি আঙুলিয়াই দি প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ প্ৰচেষ্টাৰ তালিকা প্ৰস্তুত কৰি স্বচ্ছ ভাৰত, প্ৰতিটো ঘৰত শৌচালয় আৰু টেপৰ পানীসংযোগৰ দৰে অভিযানৰ কথা উল্লেখ কৰে, যাৰ উদ্দেশ্য হৈছে পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধি কৰা আৰু ৰোগৰ সম্ভাৱনা হ্ৰাস কৰা। প্ৰধানমন্ত্ৰীয়ে বিগত কিছুদিন ধৰি দৰভংগাত স্বচ্ছতা অভিযান চলোৱাৰ লগতে এই আন্দোলন শক্তিশালী কৰাৰ বাবে মুখ্য সচিব, তেওঁৰ দল আৰু ৰাজ্যবাসীৰ প্ৰচেষ্টাকো প্ৰশংসা কৰে। তেওঁ এই অভিয়ান আৰু কেইদিনমানৰ বাবে সম্প্ৰসাৰিত কৰিবলৈও আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আগতীয়াকৈ ধৰা পৰিলে বহুতো ৰোগৰ ভয়াৱহতা হ্ৰাস কৰিব পাৰি। কিন্তু  তেওঁ উল্লেখ কৰে যে ৰোগ নিৰ্ণয় আৰু গৱেষণাৰ উচ্চ ব্যয়ে লোকসকলক আক্ৰান্ত হোৱাৰ বিষয়ে জনাত বাধা দিছিল। "আমি দেশত ১.৫ লাখতকৈও অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ আৰম্ভ কৰিছো", শ্ৰী মোদীয়ে কয়, যি ৰোগবোৰ আগতীয়াকৈ চিনাক্ত কৰাত সহায় কৰিব।

 

আজিলৈকে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৪ কোটিৰো অধিক ৰোগীৰ চিকিৎসা কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আঁচনিখনৰ অনুপস্থিতিয়ে বহু লোকক চিকিৎসালয়ত ভৰ্তি হোৱাৰ পৰাও বিৰত ৰাখিলেহেঁতেন। শ্ৰী মোদীয়ে কয় যে আয়ুষ্মান ভাৰত আঁচনিয়ে বহুতো দৰিদ্ৰ লোকৰ চিন্তা হ্ৰাস কৰিছে। তেওঁ উল্লেখ কৰে যে আয়ুষ্মান আঁচনিৰ ফলত কোটি কোটি পৰিয়ালে প্ৰায় ১.২৫ লাখ কোটি টকা ৰাহি কৰিছে আৰু ৰোগীসকলক আঁচনিখনৰ অধীনত চৰকাৰী আৰু ব্যক্তিগত উভয় চিকিৎসালয়তে চিকিৎসা প্ৰদান কৰা হৈছে।

 

নিৰ্বাচনৰ সময়ত কৰা আয়ুষ্মান ভাৰত আঁচনিৰ পৰিসৰত ৭০ বছৰৰ অধিক বয়সৰ নাগৰিকসকলক অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে, "এই নিশ্চয়তা পূৰণ কৰা হৈছে। পৰিয়ালৰ উপাৰ্জন নিৰ্বিশেষে ৭০ বছৰৰ ওপৰৰ বয়সৰ জ্যেষ্ঠ নাগৰিকৰ বিনামূলীয়া চিকিৎসা ইতিমধ্যে আৰম্ভ হৈছে।" তেওঁ কয় যে অতি সোনকালে সকলো হিতাধিকাৰীৰ ওচৰত আয়ুষ্মান বয় বন্দনা কাৰ্ড থাকিব। তেওঁ অতি কম খৰচত ঔষধ আগবঢ়োৱা জন ঔষধি কেন্দ্ৰসমূহৰ প্ৰসংগও উত্থাপন কৰে।

 

ভাৰতত উন্নত স্বাস্থ্যসেৱাৰ দিশত সৰু চহৰসমূহক উন্নত চিকিৎসা সুবিধা আৰু চিকিৎসকৰ সৈতে প্ৰস্তুত কৰাৰ চতুৰ্থ পদক্ষেপৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ আঙুলিয়াই দিয়ে যে স্বাধীনতাৰ ৬০ বছৰৰ পিছতো সমগ্ৰ দেশতে মাত্ৰ এখন এইমছ আছে আৰু পূৰ্বৰ চৰকাৰবোৰৰ সময়ত নতুন এইমছ স্থাপনৰ পৰিকল্পনা সম্পূৰ্ণ হোৱা নাছিল। তেওঁ জনায় যে বৰ্তমানৰ চৰকাৰে কেৱল ৰোগৰ চোৱাচিতা কৰাই নহয়, দেশৰ চুকে-কোণে নতুন এইমছ স্থাপন কৰি  মুঠ ২৪ খন স্থাপন কৰিলে। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে যোৱা ১০ বছৰত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা দুগুণ হৈছে যাৰ ফলত অধিক চিকিৎসক ওলাই আহিছে। "দাৰভাঙ্গা এইমছে বিহাৰ আৰু দেশৰ সেৱাৰ বাবে বহুতো নতুন চিকিৎসক প্ৰস্তুত কৰিব", তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে মাতৃভাষাত উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হোৱাৰ কথাও উল্লেখ কৰি কয় যে কৰ্পুৰী ঠাকুৰজীৰ সপোনৰ প্ৰতি এয়া তেওঁৰ আটাইতকৈ ডাঙৰ শ্ৰদ্ধাঞ্জলি। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে বিগত ১০ বছৰত ১ লাখ নতুন চিকিৎসা আসন সংযোজন কৰা হৈছে আৰু আগন্তুক ৫ বছৰত নতুনকৈ ৭৫ হাজাৰ আসন সংযোজন কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। তেওঁ আৰু কয় যে হিন্দী আৰু অন্যান্য আঞ্চলিক ভাষাত চিকিৎসা বিজ্ঞান অধ্যয়নৰ বিকল্পও সৃষ্টি কৰা হৈছে।

 

কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰৰ প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে মুজাফ্ফৰপুৰত নিৰ্মাণ কৰা কৰ্কট ৰোগৰ চিকিত্সা সুবিধাই বিহাৰৰ কৰ্কট ৰোগীসকলক উপকৃত কৰিব। তেওঁ লগতে কয় যে এই একক সুবিধাই বিভিন্ন ধৰণৰ কৰ্কট ৰোগ নিৰ্মূলৰ প্ৰয়োজনীয়তা পূৰণ কৰিব আৰু ৰোগীসকলে দিল্লী বা মুম্বাইলৈ যাত্ৰা কৰাৰ প্ৰয়োজন নহব। শীঘ্ৰেই বিহাৰত এখন নতুন চকু চিকিৎসালয় উপলব্ধ হোৱাৰ কথা ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে আনন্দিত হৈছিল। তেওঁ লগতে কয় যে তেওঁ বাৰাণসীত শেহতীয়াকৈ উদ্বোধন কৰা শংকৰ চকু চিকিৎসালয়ৰ দৰে বিহাৰত চকু চিকিৎসালয়ৰ বাবে কাঞ্চী কামাকোটি শ্ৰী শংকৰাচাৰ্যজীক অনুৰোধ জনাইছিল আৰু ইয়াৰ কাম চলি আছে।

 

প্ৰধানমন্ত্ৰীয়ে সুশাসনৰ এক আৰ্হি গঢ়ি তোলাৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰীক প্ৰশংসা কৰে। তেওঁ কয় যে দ্বৈত ইঞ্জিনৰ চৰকাৰখন বিহাৰৰ দ্ৰুত বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু ক্ষুদ্ৰ কৃষক তথা উদ্যোগসমূহক শক্তিশালী কৰাৰ বাবে পথ নিৰ্দেশনা প্ৰস্ততৰ কাম কৰি আছে। তেওঁ কয় যে আন্তঃগাঁথনিগত উন্নয়ন, বিমানবন্দৰ আৰু এক্সপ্ৰেছৱেৰ জৰিয়তে বিহাৰৰ পৰিচয় উন্নীত হৈছে, কিয়নো তেওঁ দাৰভাঙ্গাত এটা নতুন বিমানবন্দৰৰ উন্নয়নৰ বাবে উড়ান আঁচনিক কৃতিত্ব দিয়ে। তেওঁ ৫,৫০০ কোটি টকাৰ এক্সপ্ৰেছৱে আৰু প্ৰায় ৩,৪০০ কোটি টকাৰ চিটি গেছ ডিষ্ট্ৰিবিউচন (চিজিডি) নেটৱৰ্ককে ধৰি আজিৰ অন্যান্য উন্নয়নমূলক প্ৰকল্পৰ কথাও উল্লেখ কৰে। "উন্নয়নৰ মহাযজ্ঞই বিহাৰক নতুন শিখৰলৈ লৈ গৈছে", প্ৰধানমন্ত্ৰীয়ে কয়, যে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে অঞ্চলটোৰ কৃষক, মাখানা উৎপাদক আৰু মীনপালন খণ্ডৰ উন্নয়ন চৰকাৰৰ বাবে শীৰ্ষ অগ্ৰাধিকাৰ। তেওঁ জনায় যে মিথিলাৰ কৃষকসহ বিহাৰৰ কৃষকসকলে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত ২৫,০০০ কোটিৰো অধিক টকা লাভ কৰিছে। তেওঁ মাখানা উৎপাদকসকলৰ অগ্ৰগতিৰ বাবে এখন জিলা এবিধ সামগ্ৰী আঁচনিৰ কৃতিত্ব প্ৰদান কৰাৰ লগতে মাখানা গৱেষণা কেন্দ্ৰক ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ মৰ্যাদা দিয়া হৈছে বুলিও অৱগত কৰে। "মাখানাবোৰেও জি আই টেগ লাভ কৰিছে", তেওঁ লগতে কয়। তেওঁ কিষাণ ক্ৰেডিট কাৰ্ড আৰু প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ সুবিধা লাভ কৰা মৎস্য পালনকাৰীসকলৰ কথাও উল্লেখ কৰে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে চৰকাৰে ভাৰতক বিশ্বৰ অন্যতম বৃহৎ মাছ ৰপ্তানিকৰ্তা হিচাপে বিকশিত কৰাৰ লক্ষ্য স্থিৰ কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে কোচি আৰু মিথিলাত বাৰে বাৰে হোৱা বানপানীৰ পৰা জনসাধাৰণক সকাহ দিয়াৰ বাবে চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা চলাই আছে৷ তেওঁ লগতে কয় যে বিহাৰৰ বানপানীৰ মোকাবিলাৰ বাবে এই বছৰৰ বাৰ্ষিক বাজেটত এক বিস্তৃত পৰিকল্পনা ঘোষণা কৰা হৈছে৷ নেপালৰ সহযোগত বানপানীৰ সমাধানত উপনীত হ’ব বুলি তেওঁ আস্থা প্ৰকাশ কৰে আৰু এই সন্দৰ্ভত ১১ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ আনুষংগিক উন্নয়নমূলক অব্যাহত আছে।

 

"বিহাৰ হৈছে ভাৰতৰ ঐতিহ্যৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰ", শ্ৰী মোদীয়ে কয়, এই উত্তৰাধিকাৰক লালন-পালন কৰাটো আমাৰ সকলোৰে দায়িত্ব। সেয়েহে, তেওঁ লগতে কয় যে চৰকাৰে "বিকাশ ভি, বিৰাসাত ভি" মন্ত্ৰ অনুসৰণ কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে নালন্দা বিশ্ববিদ্যালয়ে দীৰ্ঘদিন ধৰি হেৰুওৱা জনপ্ৰিয়তা পুনৰুদ্ধাৰৰ বাবে অগ্ৰসৰ হৈছে।

 

ভাষা সংৰক্ষণৰ প্ৰয়োজনীয়তাত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভগৱান বুদ্ধৰ শিক্ষা আৰু বিহাৰৰ গৌৰৱময় অতীত ৰচনা কৰা পালি ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে। তেওঁ সোঁৱৰাই দিয়ে যে বৰ্তমানৰ চৰকাৰেই ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত মৈথিলী ভাষাক অন্তৰ্ভুক্ত কৰিছিল। "মৈথিলীক ঝাৰখণ্ডত ৰাজ্যখনৰ দ্বিতীয় ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে", তেওঁ লগতে কয়।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰামায়ণ চাৰ্কিটৰ সৈতে সংযুক্ত হ'ব লগা দেশৰ ১২ খনতকৈও অধিক চহৰৰ ভিতৰত দাৰভাঙ্গা অন্যতম, যাৰ ফলত পৰ্যটনৰ উন্নতি ঘটিব। তেওঁ কয় যে দাৰভাঙ্গা-সীতামাৰ্হি-অযোধ্যা পথত অমৃত ভাৰত ৰে'লে নাগৰিকসকলক যথেষ্ট উপকৃত কৰিছে।

 

স্বাধীনতাৰ পূৰ্বে আৰু পিছতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা শ্ৰী মোদীয়ে দাৰভাঙ্গা ইষ্টেটৰ মহাৰাজ শ্ৰী কামেশ্বৰ সিংজীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ লগতে কয় যে শ্ৰী কামেশ্বৰ সিংজীৰ সামাজিক কাম-কাজ দাৰভাঙ্গাৰ গৌৰৱ আৰু সকলোৰে বাবে অনুপ্ৰেৰণা। তেওঁ উল্লেখ কৰে যে তেওঁৰ ভাল কামৰ বিষয়ে কাশীতো প্ৰায়ে আলোচনা কৰা হয়। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ বাবে সৰ্বাধিক সুবিধা প্ৰদানৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰি তেওঁলোকক আকৌ এবাৰ অভিনন্দন জনায়।

 

স্বাধীনতাৰ পূৰ্বে আৰু পিছতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা শ্ৰী মোদীয়ে দাৰভাঙ্গা ইষ্টেটৰ মহাৰাজ শ্ৰী কামেশ্বৰ সিংজীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ লগতে কয় যে শ্ৰী কামেশ্বৰ সিংজীৰ সামাজিক কাম-কাজ দাৰভাঙ্গাৰ গৌৰৱ আৰু সকলোৰে বাবে অনুপ্ৰেৰণা। তেওঁ উল্লেখ কৰে যে তেওঁৰ ভাল কামৰ বিষয়ে কাশীতো প্ৰায়ে আলোচনা কৰা হয়। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ বাবে সৰ্বাধিক সুবিধা প্ৰদানৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰি তেওঁলোকক আকৌ এবাৰ অভিনন্দন জনায়।

 

এই অনুষ্ঠানত অন্যান্যসকলৰ লগতে বিহাৰৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰ, বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ আৰু কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী শ্ৰী চিৰাগ পাছৱানো উপস্থিত আছিল।

 

এই অনুষ্ঠানত অন্যান্যসকলৰ লগতে বিহাৰৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰ, বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ আৰু কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী শ্ৰী চিৰাগ পাছৱানো উপস্থিত আছিল।

 

Click here to read full text speech

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Engineering goods exports up 10.4% in January,2026, crosses $100 billion mark in April-January Period of FY26

Media Coverage

Engineering goods exports up 10.4% in January,2026, crosses $100 billion mark in April-January Period of FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
This year’s Union Budget lays the roadmap for Viksit Bharat, driven by technology, reforms and finance: PM Modi
February 27, 2026
This year’s Union Budget lays the roadmap for Viksit Bharat, driven by technology, reforms and finance: PM
We have simplified processes, improved the Ease of Doing Business, expanded technology-led governance, and strengthened institutions; and even today, the country is riding the 'Reform Express': PM
In the past decade, we have had a very strong focus on infrastructure: PM
In the past decade, we have continued to maintain a very strong focus on infrastructure: PM
We have made a conscious decision that India's development will only be achieved by creating solid assets such as Highways, Railways, Ports, Digital Networks, and Power Systems: PM
These assets will continue to generate productivity for many decades to come. For this reason, Public Capital Expenditure is being continuously increased: PM
When Government, Industry, and Knowledge Partners move forward together, then Reforms change into Results, only then do announcements become achievements, on the ground: PM

 

नमस्कार !

इस साल के पहले Budget Webinar में, मैं आप सभी का अभिनंदन करता हूं। बीते कुछ वर्षों में बजट वेबिनार, इसकी एक मजबूत परंपरा बन गई है। अक्सर बजट का आंकलन अलग-अलग पैरामीटर्स पर किया जाता है, कभी Stock Market की चाल पर बात होती है, कभी Income Tax प्रस्तावों पर चर्चा केंद्रित हो जाती है। सच्चाई ये है कि राष्ट्रीय बजट कोई short-term trading document नहीं होता, वह एक policy roadmap होता है। इसलिए बजट की प्रभावशीलता का आंकलन भी ठोस पैरामीटर्स पर किया जाना चाहिए। ऐसी नीतियां जो infrastructure का विस्तार करें, जो credit के प्रवाह को आसान बनाएं, जो Ease of Doing Business बढ़ाएं, जो governance में ट्रांसपेरेंसी बढ़ाएं, जो जनता का जीवन आसान बनाएं, उनके लिए नए-नए अवसर बनाएं। बजट में इससे जुड़े निर्णय ही अर्थव्यवस्था को स्थायी मजबूती देते हैं, और सबसे महत्वपूर्ण बात ये है कि किसी भी Budget को अलग-थलग, stand alone करके नहीं देखा जाना चाहिए। Nation Building, राष्ट्र निर्माण, यही एक निरंतर प्रक्रिया होती है। हर Budget एक बड़े लक्ष्य की ओर बढ़ने का एक चरण होता है, और हमारे सामने वो बड़ा लक्ष्य है साल 2047, 2047 तक विकसित भारत का निर्माण। हर Reform, हर आवंटन, हर बदलाव को इस लंबी यात्रा के हिस्से के रूप में ही देखा जाना चाहिए। और इसलिए, हर साल बजट के बाद होने वाले ये वेबिनार बहुत महत्वपूर्ण होते हैं। मेरी अपेक्षा है कि ये वेबिनार केवल Ideas के आदान-प्रदान तक सीमित न रहें, बल्कि एक प्रभावी brainstorming exercise बनें। आपके अनुभव और व्यावहारिक चुनौतियों पर आधारित सुझाव, आर्थिक रणनीतियों को और बेहतर बनाने और समाधान खोजने में अवश्य मदद करेंगे। जब Industry, Academia, Analysts और Policymakers मिल करके सोचते हैं, तो योजनाओं का implementation और बेहतर होता है, result और सटीक मिलते हैं। इन वेबिनार्स की सीरीज के पीछे यही एक भावना है।

साथियों,

21वीं सदी का एक चौथाई हिस्सा बीत चुका है। अगर आप स्वयं के विषय में सोचे, तो आपके जीवन का बहुत अच्छा, महत्वपूर्ण कालखंड बीत चुका है। अब हम देश की विकास यात्रा के एक महत्वपूर्ण समय में हैं। ये वो समय है, जब हमारी अर्थव्यवस्था तेज गति से आगे बढ़ रही है, और साथ ही भारत पिछले एक दशक में, भारत ने असाधारण Resilience दिखाई है, और ये संयोग से नहीं आई है, हमारी Resilience, Conviction-Driven Reforms की देन है। हमने Processes को सरल किया है, Ease of Doing Business को बेहतर बनाया है, Technology-Led Governance का विस्तार किया है, Institutions को मजबूत किया है, और आज भी ये देश Reform Express पर सवार है। इस Momentum को बनाए रखने के लिए हमें ना केवल पालिसी इंटेंट पर ध्यान देना है, बल्कि डिलीवरी एक्सीलेंस पर भी फोकस करना है। Reforms का मूल्यांकन घोषणा से नहीं, बल्कि जमीनी स्तर पर उनके प्रभाव से होना चाहिए। हमें AI, Blockchain और डेटा Analytics का व्यापक उपयोग कर Transparency, Speed और Accountability बढ़ानी ही होगी, और साथ ही Grievance Redressal Systems से Impact की निरंतर Monitoring भी करनी होगी।

साथियों,

पिछले एक दशक में इंफ्रास्ट्रक्चर पर हमारा बहुत फोकस रहा है। हमने सोच-समझकर ये फैसला किया कि भारत का विकास हाईवेज, Railways, Ports, डिजिटल नेटवर्क, Power Systems, ऐसे अनेक, ऐसे अनेक, अब जैसे ठोस Assets को तैयार करके ही होगा। ये आने वाले कई दशकों तक Productivity पैदा करते रहेंगे। इससे, और इसी वजह से Public Capital Expenditure लगातार बढ़ाया जा रहा है। 11 साल पहले Public Capex के लिए बजट में लगभग 2 लाख करोड़ रुपए का प्रावधान था, मौजूदा बजट में ये बढ़कर लगभग 12 लाख करोड़ रुपए के पार हो गया है। इतने बड़े पैमाने पर सरकारी निवेश होना Private Sector के लिए भी एक स्पष्ट संदेश है।

साथियों,

अब समय है कि Industry और Financial Institutions भी नई ऊर्जा के साथ आगे आएं। हमें Infrastructure में ज्यादा भागीदारी चाहिए, Financing Models में ज्यादा Innovation चाहिए, और Emerging Sectors में ज्यादा मजबूत Collaboration चाहिए। इस दिशा में मेरा एक और सुझाव है, हमें Project Sanction Methodology और Appraisal Quality को और मजबूत करना होगा। हमें Cost-Benefit Analysis और Lifecycle Costing को सर्वोपरि रखते हुए Waste और Delays रोकने ही होंगे।

साथियों,

हम Foreign Investment Framework को और सरल कर रहे हैं। हमारा प्रयास सिस्टम को ज्यादा Predictable और Investor-Friendly बनाने का है। हम Long-Term Finance को बेहतर बनाने के लिए, Bond Markets को और ज्यादा सक्रिय बनाने की दिशा में भी कदम उठा रहे हैं। बॉन्ड की खरीद और बिक्री की प्रक्रिया को आसान बनाया जा रहा है।

साथियों,

हमें Bond Market Reforms को Long-Term Growth के Enablers के रूप में देखना होगा, हमें Predictability सुनिश्चित करनी होगी, Liquidity को गहरा करना होगा, नए Instruments लाने होंगे, और Risks का प्रभावी प्रबंधन करना होगा। तभी हम Sustained Foreign Capital आकर्षित कर पाएंगे। मुझे अपेक्षा है कि आप Global Best Practices से सीख लेकर, Foreign Investment Framework और Bond Markets को मजबूत करने के लिए स्पष्ट और ठोस सुझाव देंगे।

साथियों,

कोई भी Policy Framework तैयार कर सकती है, लेकिन उसकी सफलता आप सब पर निर्भर करती है। उद्योग जगत को Fresh Investment और Innovation के साथ आगे आना होगा। Financial Institutions और Analysts को Practical Solutions, Practical Solutions तैयार करने में मदद करनी होगी, और Market Confidence को मजबूत करना होगा। जब Government, Industry और Knowledge Partners एक साथ आगे बढ़ते हैं, तब Reforms Results में बदलते हैं। तभी Announcements जमीन पर Achievements बन जाते हैं। मेरा सुझाव है कि हम एक स्पष्ट Reform Partnership Charter विकसित करें। यह Government, Industry, Financial Institutions और Academia का साझा संकल्प हो। ये चार्टर, विकसित भारत की यात्रा का बहुत अहम दस्तावेज बनेगा।

साथियों,

मैं सभी Stakeholders, Financial Institutions, Markets, Industry, Professionals और Innovators से कहूंगा, इस बजट ने जो नए अवसर दिए हैं, उनका फायदा उठाएं, बजट द्वारा खोले गए नए अवसरों के साथ गहराई से जुड़ें। आपकी भागीदारी से योजनाओं का Implementation और बेहतर होगा, आपके फीडबैक और सहयोग से बेहतर नतीजे आएंगे। आइए, हम सब मिलकर Reform करें, Grow करें और ऐसा Future बनाएं, जो विकसित भारत का सपना जल्द से जल्द साकार हो।

मुझे पूरा विश्वास है, आज आप सब गहरा मंथन करेंगे, प्रक्रियाओं को सरल करने पर आपका ध्यान केंद्रित होगा और हम ये गलती ना करें, बजट के पहले भी हम आप सबसे कंसल्टेशन करते हैं, उसका मकसद अलग है, उसका मकसद होता है बजट और अच्छा बने। लेकिन अब बजट बन चुका है, अब बजट की चर्चा के लिए कार्यक्रम नहीं है, अब बजट में जो है उसको जमीन पर जल्दी से जल्दी उतारना, सरल से सरल मार्ग से उतारना और सबका, सभी स्टेकहोल्डर का लाभ हो, उनकी भागीदारी हो, इस बात को ध्यान में रख करके आप चर्चा करेंगे, मंथन करेंगे, तो ये वेबिनार सचमुच में वाइब्रेंट इकोनॉमी का दरवाजा खोल देंगे।

बहुत-बहुत धन्यवाद !

नमस्कार !