প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে বিগত চাৰি বছৰ ধৰি উত্তৰপ্রদেশৰ বিনিয়োগ বৃদ্ধি আৰু সুচল ব্যৱসায়ৰ উদ্যোগৰ প্রশংসা কৰিছে। উত্তৰপ্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ কার্যালয়ৰ পৰা দিয়া টুইটৰ বিষয়ে মন্তব্য কৰি প্রধানমন্ত্রীয়ে এটা টুইট বার্তাত জনাইছে যে গ্রামাঞ্চল আৰু সৰু চহৰসমূহতো এই সাফল্যৰ প্রভাৱ পৰিছে।
उत्तर प्रदेश ने पिछले चार वर्षों के दौरान निवेश बढ़ाने और 'Ease of Doing Business’ को सुधारने में उल्लेखनीय प्रयास किए हैं। गौर करने वाली बात यह है कि छोटे शहर और ग्रामीण इलाके भी इन उपलब्धियों के साक्षी बन रहे हैं। https://t.co/FR4n7zTuCd
— Narendra Modi (@narendramodi) July 2, 2021


