প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ ঝান্সীত জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে জল সংৰক্ষণ আৰু ভূগৰ্ভস্থ জলস্তৰ বৃদ্ধিৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ প্ৰশংসা কৰে। শ্ৰী মোদীয়ে এই মহৎ উদ্দেশ্যৰ সৈতে জড়িত সকলোকে অভিনন্দন জ্ঞাপন কৰে।

বিলুপ্ত হৈ যোৱা নদীসমূহৰ পুনৰুজ্জীৱিতকৰণ আৰু সমষ্টিটোত বিভিন্ন অমৃত সৰোবৰ নিৰ্মাণৰ সন্দৰ্ভত ঝান্সীৰ সাংসদৰ এক্স পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত কয়;

"উত্তৰ প্ৰদেশৰ ঝান্সীত জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে জল সংৰক্ষণ আৰু ভূগৰ্ভস্থ জলস্তৰ বৃদ্ধিৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ পৰিণাম অতি উৎসাহজনক আৰু ই দেশৰ বাবে এক উদাহৰণ। এই মহৎ উদ্দেশ্যৰ সৈতে জড়িত সকলোকে বহুত অভিনন্দন জনাইছোঁ!"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost

Media Coverage

'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 01 আগষ্ট 2026
August 01, 2026

Aatmanirbhar Bharat Delivers: Indigenous Power, Farmer Prosperity & Blue Economy