প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্কট ৰোগ নিৰাময়ৰ বাবে আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰচেষ্টাৱলীৰ প্ৰশংসা কৰে৷

এক টুইটাৰ পোষ্টত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱে জনায় যে ইএছআই নিগমৰ ১৯১সংখ্যক বৈঠকত সমগ্ৰ ভাৰতৰ ৩০খন ইএছআইচি হাস্পতালত কেম’থেৰাপী সেৱা প্ৰৱৰ্তন কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে প্ৰত্যুত্তৰত লিখে;

“কৰ্কট ৰোগ নিৰাময়ৰ বাবে আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰশংসনীয় পদক্ষেপ লোৱা হৈছে৷ ই সমগ্ৰ দেশৰ বহুসংখ্যক লোকক উপকৃত কৰিব৷”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UPI — an eventful journey

Media Coverage

UPI — an eventful journey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 আগষ্ট 2026
August 25, 2026

Nari Shakti to Capital Markets: PM Modi’s Reforms Are Rewiring India’s Growth Story