প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জৰুৰীকালীন অৱস্থা আৰু ইয়াৰ পিছত সংঘটিত ঘটনাৱলীৰ তীব্ৰভাৱে গৰিহণা দিয়াৰ বাবে লোকসভাৰ অধ্যক্ষক প্ৰশংসা কৰে৷

শ্ৰী মোদীয়ে টুইটাৰত লিখেঃ

“মই আনন্দিত যে সন্মানীয় অধ্যক্ষই জৰুৰীকালীন অৱস্থাক তীব্ৰ গৰিহণা দি, সেই সময়ছোৱাত সংঘটিত ঘটনাৰাজিৰ ওপৰত আলোকপাত কৰাৰ লগতে গণতন্ত্ৰক ডিঙি চেপি ধৰা ধৰণৰ কথাও উল্লেখ কৰে। সেই দিনবোৰত কষ্ট পোৱা সকলোকে সন্মান জনাই মনে মনে থকাটো আচৰিত কথা আছিল।

৫০ বছৰ পূৰ্বে জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছিল যদিও আজিৰ যুৱক-যুৱতীসকলে এই বিষয়ে জনাটো গুৰুত্বপূৰ্ণ কাৰণ সংবিধান ভৰিৰে গচকি মোহাৰি, জনমত স্তব্ধ কৰি আৰু প্ৰতিষ্ঠানসমূহ ধ্বংস কৰিলে কি হয় ই তাৰ উপযুক্ত উদাহৰণ হৈ ৰৈছে। জৰুৰীকালীন সময়ত ঘটা ঘটনাৰাজিয়ে একনায়কত্ববাদ কেনেকুৱা হয় তাৰ উদাহৰণ দাঙি ধৰিছিল।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India remains among best-performing major economies: S&P Global

Media Coverage

India remains among best-performing major economies: S&P Global
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 এপ্ৰিল 2026
April 19, 2026

Building a Stronger Bharat: Infrastructure Revolution, Economic Resilience & Inclusive Welfare Under PM Modi