প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৪৫ সংখ্যক দবা অলিম্পিয়াডৰ মুকলি আৰু মহিলা দুয়োটা শ্ৰেণীতে স্বৰ্ণ জয় কৰাৰ বাবে ভাৰতীয় দলটোক প্ৰশংসা কৰে। তেওঁ উল্লেখযোগ্য সাফল্যৰ বাবে পুৰুষ আৰু মহিলা দবা দলক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত এক বাৰ্তাত এনেদৰে উল্লেখ কৰিছে:

"ভাৰতৰ বাবে ঐতিহাসিক জয়, আমাৰ দবা দলটোৱে ৪৫ সংখ্যক #FIDE দবা অলিম্পিয়াডত জয়লাভ কৰিছে! ভাৰতে দবা অলিম্পিয়াডৰ মুকলি আৰু মহিলা দুয়োটা শ্ৰেণীতে স্বৰ্ণ জয় কৰিছে। আমাৰ পুৰুষ আৰু মহিলা দবা দলক অভিনন্দন। এই উল্লেখযোগ্য সাফল্যই ভাৰতৰ ক্ৰীড়া গতিপথত এক নতুন অধ্যায় চিহ্নিত কৰিছে। এই সফলতাই নৱ প্ৰজন্মৰ দবা উৎসাহীসকলক খেলবিধত উৎকৰ্ষতা অৰ্জন কৰিবলৈ অনুপ্ৰাণিত কৰক।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's 1 Trillion Retail Moment: Dawn of Retail Revenue Intelligence

Media Coverage

India's 1 Trillion Retail Moment: Dawn of Retail Revenue Intelligence
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুন 2026
June 27, 2026

Appreciation for PM Modi's Development-Focused and People-Centric Governance