প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩-২৪ বৰ্ষত প্ৰতিৰক্ষা উৎপাদন ১,২৬,৮৮৭ কোটি টকালৈ বৃদ্ধি হোৱাৰ বাবে ভাৰতক প্ৰশংসা কৰে, যি সৰ্বাধিক আৰু বিগত বিত্তীয় বৰ্ষৰ উৎপাদন মূল্যৰ তুলনাত ১৬.৮% অধিক।

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙৰ পোষ্ট এটা শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে এক্সত লিখে:

"অতি উৎসাহজনক উন্নয়ন। যিসকলে এই কৃতিত্বত অৰিহণা যোগাইছে, তেওঁলোক প্ৰশংসাৰ যোগ্য। আমি আমাৰ সামৰ্থ্য আৰু অধিক বৃদ্ধি কৰিবলৈ তথা ভাৰতক এটা আগশাৰীৰ গোলকীয় প্ৰতিৰক্ষা উৎপাদন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে উপযুক্ত পৰিবেশ গঢ়ি তুলিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। ই আমাৰ সুৰক্ষা সঁজুলি বৃদ্ধি কৰিব আৰু আমাক আত্মনিৰ্ভৰ কৰি তুলিব!"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indias wind turbine exports jumped 50% in FY26, further growth expected: IWTMA CEO

Media Coverage

Indias wind turbine exports jumped 50% in FY26, further growth expected: IWTMA CEO
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 ছেপ্টেম্বৰ 2026
September 09, 2026

Viksit Bharat Express: How PM Modi’s Reforms Are Supercharging India’s Economy and Infrastructure