ৰাষ্ট্ৰীয় টীকাকৰণ দিৱসত টীকাদানৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ কথা স্মৰণ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক সুস্থ কৰি ৰাখিবলৈ গ্ৰহণ কৰা প্ৰয়াসৰ বাবে সকলো স্বাস্থ্যসেৱা কৰ্মীক প্ৰশংসা কৰিছে। ৰাষ্ট্ৰীয় টীকাকৰণ দিৱসত প্ৰধানমন্ত্ৰীয়ে লগতে এখনি সুস্থ ভাৰত গঢ়ি তোলাৰ অংগীকাৰৰ কথা পুনৰবাৰ উল্লেখেৰে টীকাদানৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ কথাও স্মৰণ কৰে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডৱিয়াৰ টুইট থ্ৰেডলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

“ভাৰতক সুস্থ কৰি ৰাখিবলৈ গ্ৰহণ কৰা প্ৰয়াসৰ বাবে আমাৰ সকলো স্বাস্থ্যসেৱা কৰ্মীৰ শলাগ লৈছো।

ৰাষ্ট্ৰীয় টীকাকৰণ দিৱসত আমি টীকাদানৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ কথাও স্মৰণ আৰু এখনি সুস্থ ভাৰত গঢ়ি তোলাৰ অংগীকাৰ পুনৰ দৃঢ় কৰিছো।”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Technical textiles critical to footwear sector

Media Coverage

Technical textiles critical to footwear sector
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 এপ্ৰিল 2026
April 29, 2026

Leadership That Plays, Builds & Delivers: PM Modi’s Vision Igniting Youth, Women & Northeast India