পঞ্চম বৰ্ষপূৰ্তিত ‘জিএছটি’-ক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ-ব্যৱস্থাৰ এয়া এক গুৰুত্বপূৰ্ণ সংশোধন, যিয়ে স্বাচ্ছন্দ্যৰে বাণিজ্য কৰাৰ পৰিৱেশটোক আৰু অধিক আগুৱাই নিয়াৰ লগতে ‘এক ৰাষ্ট্ৰ, এক কৰব্যৱস্থা’ৰ সপোনটোকো বাস্তৱায়িত কৰিলে।

‘মাইগভইণ্ডিয়া’ৰ এক টুইট সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়;

“#5YearsofGST ক আমি এক গুৰুত্বপূৰ্ণ কৰ-সংশোধন বুলি চিহ্নিত কৰিছো, যিয়ে স্বাচ্ছন্দ্যৰে বাণিজ্য কৰাৰ পৰিৱেশটোক আৰু আগুৱাই নিয়াৰ লগতে ‘এক ৰাষ্ট্ৰ, এক কৰব্যৱস্থা’ৰ সপোনটোকো বাস্তৱায়িত কৰিলে”।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
BrahMos and beyond: How UP is becoming India’s defence capital

Media Coverage

BrahMos and beyond: How UP is becoming India’s defence capital
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi shares Sanskrit Subhashitam emphasising the importance of Farmers
December 23, 2025

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam-

“सुवर्ण-रौप्य-माणिक्य-वसनैरपि पूरिताः।

तथापि प्रार्थयन्त्येव कृषकान् भक्ततृष्णया।।”

The Subhashitam conveys that even when possessing gold, silver, rubies, and fine clothes, people still have to depend on farmers for food.

The Prime Minister wrote on X;

“सुवर्ण-रौप्य-माणिक्य-वसनैरपि पूरिताः।

तथापि प्रार्थयन्त्येव कृषकान् भक्ततृष्णया।।"