প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় দিব্যাংগজন দিৱসত দিব্যাংগ ভগ্নী আৰু ভাতৃসকলৰ ধৈৰ্য আৰু প্ৰাপ্তিৰ প্ৰশংসা কৰে।

এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;

"আন্তঃৰাষ্ট্ৰীয় দিব্যাংগজন দিৱসত, মই আমাৰ দিব্যাংগ ভগ্নী আৰু ভাতৃসকলৰ ধৈৰ্য আৰু প্ৰাপ্তিৰ প্ৰশংসা কৰিছো। আমাৰ চৰকাৰে কেইবাটাও পদক্ষেপ লৈছে, যি দিব্যাংগ ব্যক্তিৰ বাবে সুযোগ সৃষ্টি কৰিছে আৰু তেওঁলোকক আগবঢ়াত সক্ষম কৰি তুলিছে।"

"আমাৰ চৰকাৰে তেওঁলোকক সুবিধা দিয়াৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰিছে, যি প্ৰধান কাৰ্যক্ৰম আৰু অনাগত প্ৰজন্মৰ আন্তঃগাঁথনিৰ নিৰ্মাণত পৰিলক্ষিত হৈছে। মই দিব্যাংগ ব্যক্তিসকলৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিবলৈ তৃণমূল স্তৰত কাম কৰি থকা সকলো লোকৰো প্ৰশংসা কৰিছো।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Post launches drone delivery pilot across Himachal, Assam

Media Coverage

India Post launches drone delivery pilot across Himachal, Assam
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 আগষ্ট 2026
August 22, 2026

Citizens Appreciate PM Modi’s Leadership Driving India’s Growth, Innovation and Connectivity