প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বস্থ নাৰী, সশক্ত পৰিবাৰ  অভিযানৰ অধীনত তিনিটা গিনিজ ৱৰ্ল্ড ৰেকৰ্ড খিতাপ সৃষ্টিক প্ৰশংসা কৰিছে।

 

এই কৃতিত্ব সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে এনে পদক্ষেপ অতি প্ৰশংসনীয়। তেওঁ উল্লেখ কৰে যে এনে  ধৰণৰ গণ আন্দোলনে নাৰী সবলীকৰণৰ প্ৰচেষ্টাক অধিক গতি প্ৰদান কৰিছে আৰু নাৰী শক্তিৰ জীৱনত পৰিৱৰ্তনশীল প্ৰভাৱ পেলাইছে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে;

“এয়া অতি প্ৰশংসনীয়!এনে গণ আন্দোলনে আমাৰ নাৰী সবলীকৰণৰ প্ৰচেষ্টাত গতি প্ৰদান কৰিছে  আৰু আমাৰ নাৰী শক্তিৰ জীৱনত পৰিৱৰ্তনশীল প্ৰভাৱ পেলাইছে।”

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Government expands access to affordable generic medicines through 18,646 Jan Aushadhi Kendras: Anupriya Patel

Media Coverage

Government expands access to affordable generic medicines through 18,646 Jan Aushadhi Kendras: Anupriya Patel
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister reflects on Navratri’s journey of unwavering faith
March 21, 2026

Prime Minister Shri Narendra Modi shared his reflections today on the spiritual significance of the holy festival of Navratri, highlighting the transformative power of faith in the Mother Goddess.Shri Modi shared a devotional hymn dedicated to the Goddess on this occasion.

The Prime Minister wrote on X:

"जगतजननी माता पर अटूट विश्वास उनके भक्तों में नई चेतना और स्फूर्ति का संचार करने वाला है।"