প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰ প্ৰদেশৰ চিটোৰৰ সমীপত অনুষ্ঠিত যোগান্ধ্ৰ ২০২৫ অনুষ্ঠানত যোগ অনুৰাগীসকলৰ সক্ৰিয়  অংশগ্ৰহণৰ শলাগ লয়। নিৰ্মল বায়ুৰে পৰিপূৰ্ণ অন্ধ্ৰ প্ৰদেশৰ পুলিগুণ্ডুৰ দুখন পাহাৰৰ মাজত আয়োজিত এই অনুষ্ঠানত  ২,০০০ ৰো যোগপ্ৰেমী একত্ৰিত হৈ আন্তৰাষ্ট্ৰীয় যোগ দিৱস  (আইডি ৱাই) ২০২৫ক  স্বাগতম জনায়।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাধৱৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে  ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত  কয়;

"যোগ দিৱস ২০২৫ৰ প্ৰতি উৎসাহ দেখি  আনন্দিত হৈছো। #যোগান্ধ্ৰ২০২৫-এ  যোগক জনপ্ৰিয় কৰাৰ বাবে  এয়া অন্ধ্ৰ প্ৰদেশবাসীৰ এক প্ৰশংসনীয় পদক্ষেপ। ২১ তাৰিখে অন্ধ্ৰ প্ৰদেশত যোগ দিৱস পালন কৰিবলৈ মই উদগ্ৰীৱ হৈ আছো।"

যোগ দিৱস উদযাপন কৰাৰ লগতে যোগক আপোনালোকৰ জীৱনৰ নিয়মীয়া অংশ হিচাপে গ্ৰহণ কৰিবলৈ আপোনালোক সকলোকে আহ্বান জনাইছো ।"

@ncbn"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC

Media Coverage

PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 ছেপ্টেম্বৰ 2026
September 14, 2026

PM Modi Brought the Train to Aizawl and Bharat to the BRICS Table