প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে বিশেষকৈ পৰীক্ষাৰ বাবে সাজু হোৱাশিক্ষাৰ্থী তথা তেওঁলোকৰঅভিভাৱক আৰু শিক্ষকসকলক চলিত বৰ্ষৰ পৰীক্ষ পে চৰ্চাৰ বাবেনিজৰ নিজৰ দিহা-পৰামৰ্শ শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে,

"পৰীক্ষা পে চৰ্চাক আৰু অধিক স্মৰণীয় কৰি তুলিছে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ পৰা লাভ কৰা বিভিন্ন দিহা-পৰামৰ্শসমূহে। আপোনালোক সকলোকে, বিশেষকৈ #ExamWarriors, অভিভাৱক আৰু শিক্ষকসকলক এইবাৰৰ পৰীক্ষা পে চৰ্চাৰ বাবে নিজৰ নিজৰ দিহা-পৰামৰ্শ শ্বেয়াৰ কৰিবলৈ আমন্ত্ৰণ জনাইছো।#PPC2023 innovateindia.mygov.in/ppc-2023/ "

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Semicon India 2024: Top semiconductor CEOs laud India and PM Modi's leadership

Media Coverage

Semicon India 2024: Top semiconductor CEOs laud India and PM Modi's leadership
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 ছেপ্টেম্বৰ 2024
September 12, 2024

Appreciation for the Modi Government’s Multi-Sectoral Reforms