১৭ জুন, ২০২৫-ত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত ৫১ সংখ্যক জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি মহামহিম চাইৰিল ৰামাফোছাৰ সৈতে মত-বিনিময় কৰে।
এক্স-ৰ এটা প’ষ্টত তেখেতে এইদৰে লিখিছেঃ
“জি-৭ সন্মিলনত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাৰ সৈতে মত-বিনিময় কৰি সন্তোষ পালোঁ। @CyrilRamaphosa”
Happy to interact with the President of South Africa, Mr. Cyril Ramaphosa at the G7 Summit.@CyrilRamaphosa pic.twitter.com/VfQhuysSmB
— Narendra Modi (@narendramodi) June 17, 2025


