Quoteৰাষ্ট্ৰৰ বাবে আধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকৰ অতুলনীয় দায়বদ্ধতাক প্ৰশংসা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চেনাব ৰে’ল সেতু নিৰ্মাণৰ সৈতে জড়িত কেইবাজনো লোকৰ সৈতে মত বিনিময় কৰে। শ্ৰী মোদীয়ে দেশৰ বাবে আধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকৰ অতুলনীয় দায়বদ্ধতাক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত এনেদৰে পোষ্ট কৰিছে;

"চেনাব ৰে’ল সেতু নিৰ্মাণৰ সৈতে জড়িত কিছুসংখ্যক লোকৰ সৈতে মত বিনিময় কৰিলো। তেওঁলোক ভাৰতৰ বিভিন্ন প্ৰান্তৰ আৰু তেওঁলোক ভাৰতীয়সকলৰ বাবে আধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ সংকল্পত অটল। তেওঁলোকে কেতবোৰ অতি প্ৰত্যাহ্বানপূৰ্ণ সময়ত কাম কৰাকে ধৰি তেওঁলোকৰ অভিজ্ঞতা ভাগ বাটোৱাৰা কৰে। তেওঁলোকে কৰা কামৰ বাবে তেওঁলোকৰ পৰিয়ালবোৰ কেনেকৈ অতি গৌৰৱান্বিত সেয়াও তেওঁলোকে ভাগ বাটোৱাৰা কৰে!"

 

 

  • Gaurav munday June 19, 2025

    🌉🌉
  • Soumen Pal June 18, 2025

    jai shree ram
  • Prafulla bhanudas bhalshankar June 18, 2025

    लाडके प्रधानमंत्री नरेंद्र मोदी जी
  • khaniya lal sharma June 18, 2025

    🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
  • Polamola Anji June 18, 2025

    bjp🔥🔥
  • Polamola Anji June 18, 2025

    bjp🔥
  • ram Sagar pandey June 18, 2025

    🌹🙏🏻🌹जय श्रीराम🙏💐🌹🌹🌹🙏🙏🌹🌹🌹🙏🏻🌹जय श्रीराम🙏💐🌹🌹🌹🙏🙏🌹🌹जय श्रीकृष्णा राधे राधे 🌹🙏🏻🌹जय माँ विन्ध्यवासिनी👏🌹💐🌹🌹🙏🙏🌹🌹🌹🙏🏻🌹जय श्रीराम🙏💐🌹🌹🌹🙏🙏🌹🌹ॐनमः शिवाय 🙏🌹🙏जय कामतानाथ की 🙏🌹🙏🌹🌹🙏🙏🌹🌹🌹🙏🏻🌹जय श्रीराम🙏💐🌹
  • Virudthan June 17, 2025

    🔴🔴🔴🔴 India's retail inflation in May 2025 declined to 2.82%, the lowest since February 2019, driven by a significant drop in food inflation. #RetailInflation #IndianEconomy
  • ALAKA DAS June 17, 2025

    🙏🏻
  • Nalamati Suresh Kumar June 16, 2025

    Jai sriram
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
International Yoga Day 2025: 17 world records that show Yoga's global rise

Media Coverage

International Yoga Day 2025: 17 world records that show Yoga's global rise
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 জুন 2025
June 21, 2025

Health, Harmony, Heritage Celebrating 11th International Yoga Day with PM Modi

Empowering Farmers to Space: PM Modi’s #MakeInIndia Transforms India"