Reiterates the government's resolve for the progress of Lakshadweep

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষদ্বীপত ভাৰত চৰকাৰৰ ভিন্ন আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে তেখেতৰ মত-বিনিময়ৰ কিছু মুহূৰ্ত শ্বেয়াৰ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

“লক্ষদ্বীপত ভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰি আনন্দিত হওঁ। মহিলাসকলে তেওঁলোকৰ আত্ম-সহায়ক গোটৰ জৰিয়তে ৰেষ্টুৰেন্ট স্থাপনেৰে আত্মনিৰ্ভৰ হোৱাৰ কথা ব্যক্ত কৰে; এগৰাকী বৃদ্ধ লোকে আয়ুষ্মান ভাৰতে তেওঁৰ হৃদৰোগৰ চিকিৎসাত সহায় কৰা আৰু পিএম-কিষাণে এগৰাকী মহিলা কৃষকৰ জীৱন কিদৰে সলনি কৰিলে, সেই সম্পৰ্কে ব্যক্ত কৰে। আন একাংশই বিনামূলীয়া ৰেচন, দিব্যাংগজনে লাভ কৰা সা-সুবিধা, পিএম-আৱাস, কিষাণ ক্ৰেডিট কাৰ্ড, উজ্জ্বলা যোজনা আদিৰ সুবিধাৰ কথা কয়। উন্নয়নৰ ফল অধিক দুৰ্গম অঞ্চলকে প্ৰমুখ্য কৰি সৰ্বস্তৰৰ লোকে লাভ কৰাতো সন্তোষৰ কথা।”

 

 

 

 

PM Modi also reiterated the government's commitment to the progress of Lakshadweep.

"Since the last 9 years we have worked to enhance Lakshadweep's progress and our resolve only got stronger!"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi meets Skyroot founders after Vikram-1 success, hails India's growing private space ecosystem

Media Coverage

PM Modi meets Skyroot founders after Vikram-1 success, hails India's growing private space ecosystem
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Sarvesh Kushare on winning Silver in Men’s High Jump at Commonwealth Games 2026
July 28, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Sarvesh Kushare on winning the Silver medal in the Men’s High Jump event at the Glasgow Commonwealth Games 2026.

The Prime Minister lauded Sarvesh Kushare’s determination and consistency and described the achievement as outstanding.

Shri Modi said that India is proud of him and wished him many more successes in the future.

The Prime Minister wrote on X;

“A spectacular Silver for Sarvesh Kushare in Men’s High Jump at #CWG2026! His determination and consistency have been noteworthy. Congratulations to him on this outstanding achievement. India is proud of him. Wishing him many more successes ahead.”