প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জানিবলৈ দিয়ে যে নমো এপৰ গুৰুত্বপূৰ্ণ বিভাগ আছে যিয়ে স্থানীয় সাংসদৰ সৈতে সংযোগ স্থাপনত সহায় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই বিভাগটোৱে আমাৰ গণতান্ত্ৰিক মনোভাৱক আগুৱাই নিয়াৰ ক্ষেত্ৰত বহুদূৰ আগবাঢ়ি যাব। তেওঁ লগতে কয় যে ই সংশ্লিষ্ট স্থানীয় সাংসদৰ সৈতে যোগাযোগ গভীৰ কৰাৰ, সাংসদৰ সৈতে সম্পৰ্ক স্থাপনত সহায় কৰাৰ লগতে আয়োজিত বিভিন্ন কাৰ্যকলাপত অংশগ্ৰহণ কৰাত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰে;

"নমো এপৰ এটা অতি আকৰ্ষণীয় বিভাগ আছে যি আমাৰ গণতান্ত্ৰিক মনোভাৱক আগুৱাই নিয়াৰ ক্ষেত্ৰত বহুদূৰ আগবাঢ়ি যাব। ই আপোনাসৱৰ স্থানীয় সাংসদৰ সৈতে যোগাযোগ গভীৰ কৰাৰ, সাংসদৰ সৈতে সম্পৰ্ক স্থাপনত সহায় কৰাৰ লগতে আয়োজিত বিভিন্ন কাৰ্যকলাপত অংশগ্ৰহণ কৰাত সহায় কৰিব। আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচীৰ পৰা আৰম্ভ কৰি প্ৰাণৱন্ত ক্ৰীড়া প্ৰতিযোগিতালৈকে, সাংসদ আৰু তেওঁলোকৰ ভোটাৰসকলৰ বাবে সংযোগ স্থাপন কৰা সহজ হ'ব। nm-4.com/mymp" 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
1 in 4 iPhones are now made in India as Apple ramps up production by 53 per cent

Media Coverage

1 in 4 iPhones are now made in India as Apple ramps up production by 53 per cent
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 মাৰ্চ 2026
March 11, 2026

From Silent Medical Revolution to Global Manufacturing Hub: Salute to PM Modi's Relentless Push for a Stronger, Self-Reliant India