প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱৰাত্ৰিৰ গভীৰ আধ্যাত্মিক প্ৰভাৱৰ ওপৰত তেওঁৰ অনুভৱ শ্বেয়াৰ কৰি মা অম্বেৰ প্ৰতি ভক্তিয়ে কেনেদৰে মন অপৰিসীম শান্তি আৰু শক্তিৰে ভৰাই তোলে তাৰ ওপৰত আলোকপাত কৰে। শ্ৰী মোদীয়ে মা অম্বেৰ প্ৰতি উৎসৰ্গিত এটা ভক্তিমূলক স্তুতিগীত শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছেঃ
"নৱৰাত্ৰীত মা অম্বেৰ প্ৰতি ভক্তিৰে ভৰা পৰিৱেশে মন অসীম শান্তি আৰু শক্তিৰে ভৰাই তোলে। মাতৃৰ প্ৰতি সমৰ্পিত শ্ৰদ্ধা আৰু বিশ্বাসৰ প্ৰতিধ্বনিয়ে হৃদয় জোকাৰি যায়।"
नवरात्रि में मां अम्बे की भक्ति से सराबोर वातावरण मन को असीम शांति और ऊर्जा से भर देने वाला है। माता को समर्पित श्रद्धा और विश्वास की गूंज हृदय को स्पंदित कर जाती है।
— Narendra Modi (@narendramodi) March 20, 2026
https://t.co/P5xXegiGIH


