প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে ভাৰতে ১৪০ কোটি ভাৰতীয়ৰ দক্ষতা আৰু প্ৰতিভাৰ দ্বাৰা চালিত মহাকাশ জগতখনত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আমাৰ চৰকাৰে মহাকাশ খণ্ডত বিভিন্ন সংস্কাৰৰ সূচনা কৰিছে, যিয়ে যুৱক-যুৱতী, ব্যক্তিগত খণ্ড আৰু ষ্টাৰ্টআপক নতুন সীমা বিচাৰিবলৈ আৰু ভাৰতৰ মহাকাশ যাত্ৰাত অৰ্থপূৰ্ণ অৰিহণা যোগাবলৈ উৎসাহিত কৰিছে।

ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে অনাগত বছৰবোৰত মহাকাশ খণ্ডত আৰু অধিক উচ্চতা লাভ কৰিব বুলি আস্থা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে ভাৰতৰ মহাকাশ যাত্ৰাক শক্তিশালী কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাৰ কথাও পুনৰ উল্লেখ কৰে।

ভাৰতৰ মহাকাশ যাত্ৰা আৰু ভাৰতৰ মহাকাশ ষ্টাৰ্টআপৰ কৃতিত্বৰ বিষয়ে মাইগভইণ্ডিয়াৰ এক্স থ্ৰেড পোষ্টৰ সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়;

“১৪০ কোটি ভাৰতীয়ৰ দক্ষতাৰে চালিত আমাৰ দেশে মহাকাশৰ জগতখনত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে আৰু, আমি এই দিশত আৰু অধিক কৰিবলৈ ওলাইছো!

#NationalSpaceDay”

“আমাৰ চৰকাৰে মহাকাশ খণ্ডত বিভিন্ন সংস্কাৰৰ সূচনা কৰিছে, যিয়ে যুৱক-যুৱতী, ব্যক্তিগত খণ্ড আৰু ষ্টাৰ্টআপক নতুন সীমা অন্বেষণ আৰু ভাৰতৰ মহাকাশ যাত্ৰাত অৰ্থপূৰ্ণ অৰিহণা যোগাবলৈ উৎসাহিত কৰিছে।

#NationalSpaceDay”

 

 

 

 

“Our Government has ushered in various reforms in the space sector, which have encouraged youngsters, private sector and Startups to explore new frontiers and contribute meaningfully to India’s space journey.

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Can we have a picture? BRICS delegates gather around PM Modi for candid photo op

Media Coverage

Can we have a picture? BRICS delegates gather around PM Modi for candid photo op
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 ছেপ্টেম্বৰ 2026
September 12, 2026

President Putin, Partners, and a Photograph: How PM Modi Turned BRICS Into India’s Showcase

16 Crore Domestic Flyers. ₹22 Lakh Crore Tourism. The Holiday Stayed Home.