ভাৰতৰ সংস্কাৰ এক্সপ্ৰেছৰ গতি অব্যাহত আছে: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনৰ দৃঢ়তাৰে কয় যে চৰকাৰৰ ব্যাপক বিনিয়োগৰ পদক্ষেপ আৰু চাহিদা নেতৃত্বাধীন নীতিৰ দ্বাৰা চালিত ভাৰতৰ সংস্কাৰ  এক্সপ্ৰেছৰ গতি অব্যাহত আছে।

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে আন্তঃগাঁথনি, উৎপাদন, ডিজিটেল ৰাজহুৱা সামগ্ৰী আৰু ‘ব্যৱসায় কৰাত সহজতা’ কাঠামোৰ মাজেৰে পৰিৱৰ্তনশীল পদক্ষেপৰ জৰিয়তে চৰকাৰৰ সমৃদ্ধিশালী ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত হৈছে।

এই সংস্কাৰসমূহ ভাৰতৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰিবলৈ, বিশ্ব বিনিয়োগ আকৰ্ষণ কৰিবলৈ আৰু সকলো নাগৰিকৰ বাবে সৰ্বাংগীন বৃদ্ধি নিশ্চিত কৰিবলৈ ৰূপায়ণ কৰা হৈছে।

 

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছে-

'ভাৰতৰ সংস্কাৰ এক্সপ্ৰেছৰ গতি অব্যাহত আছে।এয়া  এন ডি এ চৰকাৰৰ ব্যাপক বিনিয়োগৰ পদক্ষেপ আৰু চাহিদা নেতৃত্বাধীন নীতিৰ দ্বাৰা চালিত।

আন্তঃগাঁথনিয়েই হওক, উৎপাদনৰ উদগনিয়েই   হওক, ডিজিটেল ৰাজহুৱা সামগ্ৰীয়েই  হওক বা  ‘ব্যৱসায় কৰাত সহজতা’ ই হওক, আমি এখন সমৃদ্ধিশালী ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ বাবে কাম কৰি আছো।

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2212087&reg=3&lang=1

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
10 Years of UPI: From 18 mln to 219 bln transactions, volumes jump 12,000x

Media Coverage

10 Years of UPI: From 18 mln to 219 bln transactions, volumes jump 12,000x
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 এপ্ৰিল 2026
April 10, 2026

Safe Anchor, Green Engine, Digital Dynamo: PM Modi’s Blueprint for India’s Economic Renaissance