প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে বিগত ১১ বছৰত ভাৰতে প্ৰতিৰক্ষা খণ্ডত উল্লেখযোগ্য উন্নতি প্ৰত্যক্ষ কৰিছে, য’ত প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত আধুনিকীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত স্পষ্টৰূপত গুৰুত্ব দিয়া হৈছে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতবাসীৰ সামূহিক সংকল্প আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অধিক স্বাৱলম্বীতা আৰু প্ৰযুক্তিগত উৎকৰ্ষতাৰ দিশত ভাৰতক আগুৱাই নিয়াৰ অটল সংকল্পক লৈ গৌৰৱ প্ৰকাশ কৰে।

মাইগভইণ্ডিয়াৰ এক্স পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়,

"যোৱা ১১ বছৰত আমাৰ প্ৰতিৰক্ষা খণ্ডত উল্লেখযোগ্য পৰিৱৰ্তন হৈছে, প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্ৰত আধুনিকীকৰণ আৰু আত্মনিৰ্ভৰশীলতা, এই দুয়োটা দিশতে স্পষ্টৰূপত গুৰুত্ব দিয়া হৈছে। ভাৰতৰ জনসাধাৰণে ভাৰতক শক্তিশালী কৰাৰ সংকল্প লৈ কেনেকৈ একত্ৰিত হৈছে, সেয়া দেখি আনন্দিত হৈছো! #11YearsOfRakshaShakti"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Emerging cities see 42% growth in GCC jobs, outpacing metros: Report

Media Coverage

Emerging cities see 42% growth in GCC jobs, outpacing metros: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 মে’ 2026
May 27, 2026

Strategic, Sustainable, Self-Reliant: How PM Modi is Building Viksit Bharat