প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটত সিংহক এটা অনুকূল পৰিবেশ প্ৰদানৰ সমান্তৰালকৈ ইয়াৰ সুৰক্ষা সুনিশ্চিত কৰা ‘প্ৰজেক্ট লায়ন’ৰ অধীনত অব্যাহত প্ৰচেষ্টাৰাজিক প্ৰশংসা কৰে।
গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলে এক্সত কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়ঃ
“এয়া অতিশয় উত্সাহৰ কথা! ‘প্ৰজেক্ট লায়ন’ৰ অধীনত অব্যাহত প্ৰচেষ্টাৰাজিয়ে গুজৰাটত সিংহক কেৱল এটা অনুকূল পৰিবেশ প্ৰদানেই নহয়, বৰঞ্চ ইয়াৰ সুৰক্ষাও নিশ্চিত কৰিছে বুলি জানিবলৈ পাই সন্তোষ পাইছোঁ।”
बहुत उत्साहित करने वाली जानकारी! यह देखकर बेहद खुशी हो रही है कि ‘प्रोजेक्ट लॉयन’ के तहत किए जा रहे प्रयासों से गुजरात में शेरों को अनुकूल माहौल मिलने के साथ ही उनका संरक्षण भी सुनिश्चित हो रहा है। https://t.co/YFUVBKVtF3
— Narendra Modi (@narendramodi) May 21, 2025


