প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত পেটেণ্টৰ আবেদন বৃদ্ধিৰ প্ৰশংসাক আদৰণি জনাইছে৷

তেওঁ লগতে উইপ’ৰ এটা লিংক শ্বেয়াৰ কৰে, ভাৰতৰ বাসিন্দাসকলৰ পেটেণ্ট আবেদন ২০২২ চনত ৩১.৬% বৃদ্ধি পাইছে, যাৰ ফলত শীৰ্ষ ১০খন আবেদনকাৰী দেশৰ তুলনাত ১১ বছৰীয়া বিকাশৰ গতি বৃদ্ধি পাইছে।

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“ভাৰতত পেটেণ্ট আবেদনৰ সংখ্যা বৃদ্ধিয়ে আমাৰ যুৱক-যুৱতীসকলৰ বৰ্ধিত উদ্ভাৱনীমূলক উদ্যমক প্ৰদৰ্শন কৰিছে আৰু ই আগন্তুক সময়ৰ বাবে এক অতি ইতিবাচক লক্ষণ৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India among Asia's fastest-growing green economies with $110 billion revenue in 2025: LSEG

Media Coverage

India among Asia's fastest-growing green economies with $110 billion revenue in 2025: LSEG
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 জুন 2026
June 26, 2026

From Buyer to Supplier: PM Modi's India Achieves Record Defence Exports, Tech Investments & Strategic Autonomy